ৰবীন্দ্ৰ জয়ন্তী উপলক্ষে মাকুম ৰেলৱে হাই স্কুলত সাংস্কৃতিক অনুষ্ঠান। অনুষ্ঠানত প্ৰাক্তন শিক্ষক-শিক্ষয়িত্ৰী প্ৰাক্তন ছাত্ৰ -ছাত্ৰীৰ অংশগ্ৰহণ। ৰবীন্দ্ৰ জয়ন্তী উপলক্ষে মাকুম ৰেলৱে হাই স্কুলত সাংস্কৃতিক অনুষ্ঠান। অনুষ্ঠানত প্ৰাক্তন শিক্ষক-শিক্ষয়িত্ৰী প্ৰাক্তন ছাত্ৰ -ছাত্ৰীৰ অংশগ্ৰহণ। ২৫ ব'হাগ ইংৰাজী ৯ মে তাৰিখে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ১৬৫ তম জন্ম জয়ন্তী আছিল। আজি ৰবীন্দ্ৰ জয়ন্তীৰ লগত সংগতি ৰাখি মাকুম ৰেলৱে হাই স্কুলত পালন কৰা হয় এক সাংস্কৃতিক অনুষ্ঠান। দশম শ্ৰেণীৰ ছাত্ৰী কোয়েল ৰায়'ৰ সঞ্চালনাত অনুষ্ঠিত হোৱা অনুষ্ঠানত বিদ্যালয়ৰ শিক্ষয়িত্ৰী প্ৰতিমা চৌধুৰীয়ে প্ৰদিপ প্ৰজ্বলনেৰে শুভাৰম্ভ কৰাৰ পাছত বিদ্যালয় শিক্ষয়িত্ৰী সকলে সমবেত সংগীত পৰিবেশন কৰে তাৰ পিছত ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা সমবেত সংগীত,বক্তিতা, আবৃত্তি,নাচ গান পৰিৱেশন কৰা হয় অনুষ্ঠানত বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী অপু দে'য় আবৃত্তি পাঠ কৰাৰ পাছত বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক দিপক কুমাৰ ইন্দুয়ে বক্তব্য প্ৰদান কৰে। শেষত বিদ্যালয়ৰ প্ৰধান শিক্ষক গোপাল দে ৰবীন্দ্ৰ সংগীত পৰিবেশন কৰি অনুষ্ঠান সমাপন কৰা হয়।

- ৰবীন্দ্ৰ জয়ন্তী উপলক্ষে মাকুম ৰেলৱে হাই স্কুলত সাংস্কৃতিক অনুষ্ঠান। অনুষ্ঠানত প্ৰাক্তন শিক্ষক-শিক্ষয়িত্ৰী প্ৰাক্তন ছাত্ৰ -ছাত্ৰীৰ অংশগ্ৰহণ। ৰবীন্দ্ৰ জয়ন্তী উপলক্ষে মাকুম ৰেলৱে হাই স্কুলত সাংস্কৃতিক অনুষ্ঠান। অনুষ্ঠানত প্ৰাক্তন শিক্ষক-শিক্ষয়িত্ৰী প্ৰাক্তন ছাত্ৰ -ছাত্ৰীৰ অংশগ্ৰহণ। ২৫ ব'হাগ ইংৰাজী ৯ মে তাৰিখে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ১৬৫ তম জন্ম জয়ন্তী আছিল। আজি ৰবীন্দ্ৰ জয়ন্তীৰ লগত সংগতি ৰাখি মাকুম ৰেলৱে হাই স্কুলত পালন কৰা হয় এক সাংস্কৃতিক অনুষ্ঠান। দশম শ্ৰেণীৰ ছাত্ৰী কোয়েল ৰায়'ৰ সঞ্চালনাত অনুষ্ঠিত হোৱা অনুষ্ঠানত বিদ্যালয়ৰ শিক্ষয়িত্ৰী প্ৰতিমা চৌধুৰীয়ে প্ৰদিপ প্ৰজ্বলনেৰে শুভাৰম্ভ কৰাৰ পাছত বিদ্যালয় শিক্ষয়িত্ৰী সকলে সমবেত সংগীত পৰিবেশন কৰে তাৰ পিছত ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা সমবেত সংগীত,বক্তিতা, আবৃত্তি,নাচ গান পৰিৱেশন কৰা হয় অনুষ্ঠানত বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী অপু দে'য় আবৃত্তি পাঠ কৰাৰ পাছত বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক দিপক কুমাৰ ইন্দুয়ে বক্তব্য প্ৰদান কৰে। শেষত বিদ্যালয়ৰ প্ৰধান শিক্ষক গোপাল দে ৰবীন্দ্ৰ সংগীত পৰিবেশন কৰি অনুষ্ঠান সমাপন কৰা হয়।1
- সাংস্কৃতিক ঐক্য মঞ্চৰ উদ্যোগত তিনিচুকীয়াত চতুৰ্থ বাৰ্ষিক 'আমাৰ ৰঙালী বিহু অনুষ্ঠান' উলহ-মালহেৰে উদযাপন কৰা হ'ল। এই অনুষ্ঠানত জনপ্ৰিয় গায়ক জুবিন গাৰ্গ আৰু হীৰালাল শৰ্মালৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে বিভিন্ন ভাষাভাষী সমাজৰ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।1
- অসম মালাৰ অধীনত নিৰ্মাণ কৰা ডিগবৈ - বৰডুমচা সংযোগ পথত ব্যাপক অনিয়ম। জিলা প্ৰশাসনৰ ক্ষেত্ৰভিত্তিক তদন্তত পোহৰলৈ আহিল ভয়ংকৰ তথ্য। অসম মালাৰ অধীনত নিৰ্মাণ কৰা ডিগবৈ - বৰডুমচা সংযোগ পথত ব্যাপক অনিয়ম। জিলা প্ৰশাসনৰ ক্ষেত্ৰভিত্তিক তদন্তত পোহৰলৈ আহিল ভয়ংকৰ তথ্য।1
- টিনচুকীয়া জিলাৰ লেখাপানী সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ৪০ বিঘাৰো অধিক ভূমি বেদখলৰ চেষ্টা অব্যাহত আছে। এই সন্দৰ্ভত, কাষৰীয়া লেখাপানী নেপালী গাঁৱৰ বাসিন্দাসকলে সংবাদমেল যোগে চৰকাৰ আৰু বন বিভাগক উচিত তদন্ত কৰি দোষীক কৰায়ত্ব কৰিবলৈ আহ্বান জনাইছে। বনাঞ্চলখনৰ সুৰক্ষাৰ স্বাৰ্থত এই পদক্ষেপ লোৱা হৈছে।1
- মৰাণৰ খোৱাং নাহৰণি সোনোৱাল গাঁৱত উলহ-মালহেৰে সোনোৱাল কছাৰী সকলৰ "বহুৱা নৃত্য" অনুষ্ঠান1
- চৰাইদেউৰ মথুৰাপুৰত নিশা হোৱা প্ৰচণ্ড ধুমুহা-বৰষুণে বিস্তৰ ক্ষতি সাধন কৰিছে। মথুৰাপুৰ আমগুৰি প্ৰাথমিক বিদ্যালয়ৰ টিনপাত উৰুৱাই নিয়াৰ ফলত পাঠদান ব্যাহত হোৱাৰ লগতে বহু পৰিয়ালৰ ঘৰ-দুৱাৰ আৰু বিদ্যুৎ যোগানো বিচ্ছিন্ন হৈ পৰে।1
- মৰাণত আলফাৰ নামত ৬০ লাখ টকা ধন দাবী কৰিছিল তিনি যুৱকে। চিকিৎসক ডাঃ পবিত্ৰ বৰগোহাঁইৰ ঘৰৰ সন্মুখত ধন দাবী পত্ৰ এৰি যোৱাৰ পিছতে তিনিওটা এতিয়া আৰক্ষীৰ জালত পৰি বিপদত পৰিছে।1
- তিনিচুকীয়া চহৰৰ জৰাজীৰ্ণ বাটপথৰ সমস্যা আৰু বাণিজ্যিক চহৰখনত সৃষ্ঠি হোৱা ভয়ংকৰ যাঁনযট সমস্যা সমাধান বিচাৰি তিনিচুকীয়া জিলা আয়ুক্তক সাক্ষাৎ বৃহত্তৰ তিনিচুকীয়া সাংবাদিক সন্থাৰ৷ তিনিচুকীয়া চহৰৰ জৰাজীৰ্ণ বাটপথৰ সমস্যা আৰু বাণিজ্যিক চহৰখনত সৃষ্ঠি হোৱা ভয়ংকৰ যাঁনযট সমস্যা সমাধান বিচাৰি তিনিচুকীয়া জিলা আয়ুক্তক সাক্ষাৎ বৃহত্তৰ তিনিচুকীয়া সাংবাদিক সন্থাৰ৷ সাংবাদি সন্থাটোৱে চহৰখনৰ জৰাজীৰ্ণ বাটপথ পুন মেৰামতি কৰি যাতায়ত উপযোগী কৰি তোলা আৰু চহৰখনৰ ভংয়কৰ যাঁনযট নিয়ন্ৰণ কৰিবলৈ জিলা আয়ুক্তক এখন স্মাৰকপত্ৰ প্ৰদান কৰে৷ জিলা আয়ুক্তই অতিসোণকালে যাঁনযট হ্ৰাস কৰিব বুলি সাংবাদিক সকলক আশ্বাস প্ৰদান কৰিছে৷1