logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

অসম মালাৰ অধীনত নিৰ্মাণ কৰা ডিগবৈ - বৰডুমচা সংযোগ পথত ব্যাপক অনিয়ম। জিলা প্ৰশাসনৰ ক্ষেত্ৰভিত্তিক তদন্তত পোহৰলৈ আহিল ভয়ংকৰ তথ্য। অসম মালাৰ অধীনত নিৰ্মাণ কৰা ডিগবৈ - বৰডুমচা সংযোগ পথত ব্যাপক অনিয়ম। জিলা প্ৰশাসনৰ ক্ষেত্ৰভিত্তিক তদন্তত পোহৰলৈ আহিল ভয়ংকৰ তথ্য।

1 hr ago
user_জেৰিণা আৰ হাজৰিকা
জেৰিণা আৰ হাজৰিকা
Doom Dooma, Tinsukia•
1 hr ago

অসম মালাৰ অধীনত নিৰ্মাণ কৰা ডিগবৈ - বৰডুমচা সংযোগ পথত ব্যাপক অনিয়ম। জিলা প্ৰশাসনৰ ক্ষেত্ৰভিত্তিক তদন্তত পোহৰলৈ আহিল ভয়ংকৰ তথ্য। অসম মালাৰ অধীনত নিৰ্মাণ কৰা ডিগবৈ - বৰডুমচা সংযোগ পথত ব্যাপক অনিয়ম। জিলা প্ৰশাসনৰ ক্ষেত্ৰভিত্তিক তদন্তত পোহৰলৈ আহিল ভয়ংকৰ তথ্য।

More news from Tinsukia and nearby areas
  • অসম মালাৰ অধীনত নিৰ্মাণ কৰা ডিগবৈ - বৰডুমচা সংযোগ পথত ব্যাপক অনিয়ম। জিলা প্ৰশাসনৰ ক্ষেত্ৰভিত্তিক তদন্তত পোহৰলৈ আহিল ভয়ংকৰ তথ্য। অসম মালাৰ অধীনত নিৰ্মাণ কৰা ডিগবৈ - বৰডুমচা সংযোগ পথত ব্যাপক অনিয়ম। জিলা প্ৰশাসনৰ ক্ষেত্ৰভিত্তিক তদন্তত পোহৰলৈ আহিল ভয়ংকৰ তথ্য।
    1
    অসম মালাৰ অধীনত নিৰ্মাণ কৰা ডিগবৈ - বৰডুমচা সংযোগ পথত ব্যাপক অনিয়ম।

জিলা প্ৰশাসনৰ ক্ষেত্ৰভিত্তিক তদন্তত পোহৰলৈ আহিল ভয়ংকৰ তথ্য।
অসম মালাৰ অধীনত নিৰ্মাণ কৰা ডিগবৈ - বৰডুমচা সংযোগ পথত ব্যাপক অনিয়ম।
জিলা প্ৰশাসনৰ ক্ষেত্ৰভিত্তিক তদন্তত পোহৰলৈ আহিল ভয়ংকৰ তথ্য।
    user_জেৰিণা আৰ হাজৰিকা
    জেৰিণা আৰ হাজৰিকা
    Doom Dooma, Tinsukia•
    1 hr ago
  • ৰবীন্দ্ৰ জয়ন্তী উপলক্ষে মাকুম ৰেলৱে হাই স্কুলত সাংস্কৃতিক অনুষ্ঠান। অনুষ্ঠানত প্ৰাক্তন শিক্ষক-শিক্ষয়িত্ৰী প্ৰাক্তন ছাত্ৰ -ছাত্ৰীৰ অংশগ্ৰহণ। ৰবীন্দ্ৰ জয়ন্তী উপলক্ষে মাকুম ৰেলৱে হাই স্কুলত সাংস্কৃতিক অনুষ্ঠান। অনুষ্ঠানত প্ৰাক্তন শিক্ষক-শিক্ষয়িত্ৰী প্ৰাক্তন ছাত্ৰ -ছাত্ৰীৰ অংশগ্ৰহণ। ২৫ ব'হাগ ইংৰাজী ৯ মে তাৰিখে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ১৬৫ তম জন্ম জয়ন্তী আছিল। আজি ৰবীন্দ্ৰ জয়ন্তীৰ লগত সংগতি ৰাখি মাকুম ৰেলৱে হাই স্কুলত পালন কৰা হয় এক সাংস্কৃতিক অনুষ্ঠান। দশম শ্ৰেণীৰ ছাত্ৰী কোয়েল ৰায়'ৰ সঞ্চালনাত অনুষ্ঠিত হোৱা অনুষ্ঠানত বিদ্যালয়ৰ শিক্ষয়িত্ৰী প্ৰতিমা চৌধুৰীয়ে প্ৰদিপ প্ৰজ্বলনেৰে শুভাৰম্ভ কৰাৰ পাছত বিদ্যালয় শিক্ষয়িত্ৰী সকলে সমবেত সংগীত পৰিবেশন কৰে তাৰ পিছত ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা সমবেত সংগীত,বক্তিতা, আবৃত্তি,নাচ গান পৰিৱেশন কৰা হয় অনুষ্ঠানত বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী অপু দে'য় আবৃত্তি পাঠ কৰাৰ পাছত বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক দিপক কুমাৰ ইন্দুয়ে বক্তব্য প্ৰদান কৰে। শেষত বিদ্যালয়ৰ প্ৰধান শিক্ষক গোপাল দে ৰবীন্দ্ৰ সংগীত পৰিবেশন কৰি অনুষ্ঠান সমাপন কৰা হয়।
    1
    ৰবীন্দ্ৰ জয়ন্তী উপলক্ষে মাকুম ৰেলৱে হাই স্কুলত সাংস্কৃতিক অনুষ্ঠান।

অনুষ্ঠানত প্ৰাক্তন শিক্ষক-শিক্ষয়িত্ৰী প্ৰাক্তন ছাত্ৰ -ছাত্ৰীৰ অংশগ্ৰহণ।
ৰবীন্দ্ৰ জয়ন্তী উপলক্ষে মাকুম ৰেলৱে হাই স্কুলত সাংস্কৃতিক অনুষ্ঠান।
অনুষ্ঠানত প্ৰাক্তন শিক্ষক-শিক্ষয়িত্ৰী প্ৰাক্তন ছাত্ৰ -ছাত্ৰীৰ অংশগ্ৰহণ।
২৫ ব'হাগ ইংৰাজী ৯ মে তাৰিখে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ১৬৫ তম জন্ম জয়ন্তী আছিল। আজি ৰবীন্দ্ৰ জয়ন্তীৰ লগত সংগতি ৰাখি মাকুম ৰেলৱে হাই স্কুলত পালন কৰা হয় এক সাংস্কৃতিক অনুষ্ঠান। দশম শ্ৰেণীৰ ছাত্ৰী কোয়েল ৰায়'ৰ সঞ্চালনাত অনুষ্ঠিত হোৱা অনুষ্ঠানত বিদ্যালয়ৰ শিক্ষয়িত্ৰী  প্ৰতিমা চৌধুৰীয়ে প্ৰদিপ প্ৰজ্বলনেৰে শুভাৰম্ভ কৰাৰ পাছত বিদ্যালয় শিক্ষয়িত্ৰী সকলে সমবেত সংগীত পৰিবেশন কৰে তাৰ পিছত ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা সমবেত সংগীত,বক্তিতা, আবৃত্তি,নাচ গান পৰিৱেশন কৰা হয় অনুষ্ঠানত বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী অপু দে'য় আবৃত্তি পাঠ কৰাৰ পাছত বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক দিপক কুমাৰ ইন্দুয়ে বক্তব্য প্ৰদান কৰে। শেষত বিদ্যালয়ৰ প্ৰধান শিক্ষক গোপাল দে ৰবীন্দ্ৰ সংগীত পৰিবেশন কৰি অনুষ্ঠান সমাপন কৰা হয়।
    user_Ratul Deka
    Ratul Deka
    Court reporter বৰডুমচা, তিনিচুকীয়া, অসম•
    2 hrs ago
  • টিনচুকীয়া জিলাৰ লেখাপানী সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ৪০ বিঘাৰো অধিক ভূমি বেদখলৰ চেষ্টা অব্যাহত আছে। এই সন্দৰ্ভত, কাষৰীয়া লেখাপানী নেপালী গাঁৱৰ বাসিন্দাসকলে সংবাদমেল যোগে চৰকাৰ আৰু বন বিভাগক উচিত তদন্ত কৰি দোষীক কৰায়ত্ব কৰিবলৈ আহ্বান জনাইছে। বনাঞ্চলখনৰ সুৰক্ষাৰ স্বাৰ্থত এই পদক্ষেপ লোৱা হৈছে।
    1
    টিনচুকীয়া জিলাৰ লেখাপানী সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ৪০ বিঘাৰো অধিক ভূমি বেদখলৰ চেষ্টা অব্যাহত আছে। এই সন্দৰ্ভত, কাষৰীয়া লেখাপানী নেপালী গাঁৱৰ বাসিন্দাসকলে সংবাদমেল যোগে চৰকাৰ আৰু বন বিভাগক উচিত তদন্ত কৰি দোষীক কৰায়ত্ব কৰিবলৈ আহ্বান জনাইছে। বনাঞ্চলখনৰ সুৰক্ষাৰ স্বাৰ্থত এই পদক্ষেপ লোৱা হৈছে।
    user_Deepak Das
    Deepak Das
    Local News Reporter মাৰ্ঘেৰিটা, তিনিচুকীয়া, অসম•
    11 hrs ago
  • মৰাণৰ খোৱাং নাহৰণি সোনোৱাল গাঁৱত উলহ-মালহেৰে সোনোৱাল কছাৰী সকলৰ "বহুৱা নৃত্য" অনুষ্ঠান
    1
    মৰাণৰ খোৱাং নাহৰণি সোনোৱাল গাঁৱত উলহ-মালহেৰে সোনোৱাল কছাৰী সকলৰ "বহুৱা নৃত্য" অনুষ্ঠান
    user_Moran Dorpon
    Moran Dorpon
    মৰাণ, ডিব্ৰুগড়, অসম•
    3 hrs ago
  • চৰাইদেউৰ মথুৰাপুৰত নিশা হোৱা প্ৰচণ্ড ধুমুহা-বৰষুণে বিস্তৰ ক্ষতি সাধন কৰিছে। মথুৰাপুৰ আমগুৰি প্ৰাথমিক বিদ্যালয়ৰ টিনপাত উৰুৱাই নিয়াৰ ফলত পাঠদান ব্যাহত হোৱাৰ লগতে বহু পৰিয়ালৰ ঘৰ-দুৱাৰ আৰু বিদ্যুৎ যোগানো বিচ্ছিন্ন হৈ পৰে।
    1
    চৰাইদেউৰ মথুৰাপুৰত নিশা হোৱা প্ৰচণ্ড ধুমুহা-বৰষুণে বিস্তৰ ক্ষতি সাধন কৰিছে। মথুৰাপুৰ আমগুৰি প্ৰাথমিক বিদ্যালয়ৰ টিনপাত উৰুৱাই নিয়াৰ ফলত পাঠদান ব্যাহত হোৱাৰ লগতে বহু পৰিয়ালৰ ঘৰ-দুৱাৰ আৰু বিদ্যুৎ যোগানো বিচ্ছিন্ন হৈ পৰে।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    9 hrs ago
  • মৰাণত আলফাৰ নামত ৬০ লাখ টকা ধন দাবী কৰিছিল তিনি যুৱকে। চিকিৎসক ডাঃ পবিত্ৰ বৰগোহাঁইৰ ঘৰৰ সন্মুখত ধন দাবী পত্ৰ এৰি যোৱাৰ পিছতে তিনিওটা এতিয়া আৰক্ষীৰ জালত পৰি বিপদত পৰিছে।
    1
    মৰাণত আলফাৰ নামত ৬০ লাখ টকা ধন দাবী কৰিছিল তিনি যুৱকে। চিকিৎসক ডাঃ পবিত্ৰ বৰগোহাঁইৰ ঘৰৰ সন্মুখত ধন দাবী পত্ৰ এৰি যোৱাৰ পিছতে তিনিওটা এতিয়া আৰক্ষীৰ জালত পৰি বিপদত পৰিছে।
    user_Direct Khabar
    Direct Khabar
    মৰাণ, ডিব্ৰুগড়, অসম•
    9 hrs ago
  • অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমীয়া মুছলমানসকলক উদ্দেশ্যি এক বিশেষ মন্তব্য কৰিছে। তেওঁৰ এই গুৰুত্বপূৰ্ণ আহ্বান এতিয়া ৰাজ্যজুৰি ব্যাপক চৰ্চাৰ বিষয়।
    1
    অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমীয়া মুছলমানসকলক উদ্দেশ্যি এক বিশেষ মন্তব্য কৰিছে। তেওঁৰ এই গুৰুত্বপূৰ্ণ আহ্বান এতিয়া ৰাজ্যজুৰি ব্যাপক চৰ্চাৰ বিষয়।
    user_Nazima Begum
    Nazima Begum
    মৰাণ, ডিব্ৰুগড়, অসম•
    22 hrs ago
  • মাকুমত অনুষ্ঠিত মৰাণ সমাৰোহ ২০২৬ৰ অন্তিম দিনৰ কাৰ্যসূচী সফলতাৰে সম্পন্ন হয়। ৰুণু মৰাণ চাওৰকৰ দ্বাৰা শুভ উদ্বোধন কৰা এই সমাৰোহৰ সাংস্কৃতিক সন্ধিয়া দিগন্ত গোহাঁইৰ গীতৰ শৰাইৰে জীপাল হৈ পৰে।
    1
    মাকুমত অনুষ্ঠিত মৰাণ সমাৰোহ ২০২৬ৰ অন্তিম দিনৰ কাৰ্যসূচী সফলতাৰে সম্পন্ন হয়। ৰুণু মৰাণ চাওৰকৰ দ্বাৰা শুভ উদ্বোধন কৰা এই সমাৰোহৰ সাংস্কৃতিক সন্ধিয়া দিগন্ত গোহাঁইৰ গীতৰ শৰাইৰে জীপাল হৈ পৰে।
    user_জেৰিণা আৰ হাজৰিকা
    জেৰিণা আৰ হাজৰিকা
    Doom Dooma, Tinsukia•
    6 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.