logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

*ডুমডুমাৰ দুমুখীয়া চাহ বাগিচাত এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ পিঞ্জৰাৱদ্ধ *ডুমডুমাৰ দুমুখীয়া চাহ বাগিচাত এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ পিঞ্জৰাৱদ্ধ

1 hr ago
user_জেৰিণা আৰ হাজৰিকা
জেৰিণা আৰ হাজৰিকা
Doom Dooma, Tinsukia•
1 hr ago

*ডুমডুমাৰ দুমুখীয়া চাহ বাগিচাত এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ পিঞ্জৰাৱদ্ধ *ডুমডুমাৰ দুমুখীয়া চাহ বাগিচাত এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ পিঞ্জৰাৱদ্ধ

More news from Tinsukia and nearby areas
  • তিনিচুকীয়া বাৰেকুৰি বৰনামঘৰৰ ধৰ্ম হুঁচৰিৰ কিছু আভাস প্ৰদৰ্শন । স্থান : মাকুম ৰজনী কান্ত বৰদলৈ খেলপথাৰ । তিনিচুকীয়া বাৰেকুৰি বৰনামঘৰৰ ধৰ্ম হুঁচৰিৰ কিছু আভাস প্ৰদৰ্শন । স্থান : মাকুম ৰজনী কান্ত বৰদলৈ খেলপথাৰ ।
    1
    তিনিচুকীয়া বাৰেকুৰি বৰনামঘৰৰ ধৰ্ম হুঁচৰিৰ কিছু আভাস  প্ৰদৰ্শন ।
স্থান : মাকুম ৰজনী কান্ত বৰদলৈ খেলপথাৰ ।
তিনিচুকীয়া বাৰেকুৰি বৰনামঘৰৰ ধৰ্ম হুঁচৰিৰ কিছু আভাস  প্ৰদৰ্শন ।
স্থান : মাকুম ৰজনী কান্ত বৰদলৈ খেলপথাৰ ।
    user_জেৰিণা আৰ হাজৰিকা
    জেৰিণা আৰ হাজৰিকা
    Doom Dooma, Tinsukia•
    1 hr ago
  • ৰবীন্দ্ৰ জয়ন্তী উপলক্ষে মাকুম ৰেলৱে হাই স্কুলত সাংস্কৃতিক অনুষ্ঠান। অনুষ্ঠানত প্ৰাক্তন শিক্ষক-শিক্ষয়িত্ৰী প্ৰাক্তন ছাত্ৰ -ছাত্ৰীৰ অংশগ্ৰহণ। ৰবীন্দ্ৰ জয়ন্তী উপলক্ষে মাকুম ৰেলৱে হাই স্কুলত সাংস্কৃতিক অনুষ্ঠান। অনুষ্ঠানত প্ৰাক্তন শিক্ষক-শিক্ষয়িত্ৰী প্ৰাক্তন ছাত্ৰ -ছাত্ৰীৰ অংশগ্ৰহণ। ২৫ ব'হাগ ইংৰাজী ৯ মে তাৰিখে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ১৬৫ তম জন্ম জয়ন্তী আছিল। আজি ৰবীন্দ্ৰ জয়ন্তীৰ লগত সংগতি ৰাখি মাকুম ৰেলৱে হাই স্কুলত পালন কৰা হয় এক সাংস্কৃতিক অনুষ্ঠান। দশম শ্ৰেণীৰ ছাত্ৰী কোয়েল ৰায়'ৰ সঞ্চালনাত অনুষ্ঠিত হোৱা অনুষ্ঠানত বিদ্যালয়ৰ শিক্ষয়িত্ৰী প্ৰতিমা চৌধুৰীয়ে প্ৰদিপ প্ৰজ্বলনেৰে শুভাৰম্ভ কৰাৰ পাছত বিদ্যালয় শিক্ষয়িত্ৰী সকলে সমবেত সংগীত পৰিবেশন কৰে তাৰ পিছত ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা সমবেত সংগীত,বক্তিতা, আবৃত্তি,নাচ গান পৰিৱেশন কৰা হয় অনুষ্ঠানত বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী অপু দে'য় আবৃত্তি পাঠ কৰাৰ পাছত বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক দিপক কুমাৰ ইন্দুয়ে বক্তব্য প্ৰদান কৰে। শেষত বিদ্যালয়ৰ প্ৰধান শিক্ষক গোপাল দে ৰবীন্দ্ৰ সংগীত পৰিবেশন কৰি অনুষ্ঠান সমাপন কৰা হয়।
    1
    ৰবীন্দ্ৰ জয়ন্তী উপলক্ষে মাকুম ৰেলৱে হাই স্কুলত সাংস্কৃতিক অনুষ্ঠান।

অনুষ্ঠানত প্ৰাক্তন শিক্ষক-শিক্ষয়িত্ৰী প্ৰাক্তন ছাত্ৰ -ছাত্ৰীৰ অংশগ্ৰহণ।
ৰবীন্দ্ৰ জয়ন্তী উপলক্ষে মাকুম ৰেলৱে হাই স্কুলত সাংস্কৃতিক অনুষ্ঠান।
অনুষ্ঠানত প্ৰাক্তন শিক্ষক-শিক্ষয়িত্ৰী প্ৰাক্তন ছাত্ৰ -ছাত্ৰীৰ অংশগ্ৰহণ।
২৫ ব'হাগ ইংৰাজী ৯ মে তাৰিখে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ১৬৫ তম জন্ম জয়ন্তী আছিল। আজি ৰবীন্দ্ৰ জয়ন্তীৰ লগত সংগতি ৰাখি মাকুম ৰেলৱে হাই স্কুলত পালন কৰা হয় এক সাংস্কৃতিক অনুষ্ঠান। দশম শ্ৰেণীৰ ছাত্ৰী কোয়েল ৰায়'ৰ সঞ্চালনাত অনুষ্ঠিত হোৱা অনুষ্ঠানত বিদ্যালয়ৰ শিক্ষয়িত্ৰী  প্ৰতিমা চৌধুৰীয়ে প্ৰদিপ প্ৰজ্বলনেৰে শুভাৰম্ভ কৰাৰ পাছত বিদ্যালয় শিক্ষয়িত্ৰী সকলে সমবেত সংগীত পৰিবেশন কৰে তাৰ পিছত ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা সমবেত সংগীত,বক্তিতা, আবৃত্তি,নাচ গান পৰিৱেশন কৰা হয় অনুষ্ঠানত বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী অপু দে'য় আবৃত্তি পাঠ কৰাৰ পাছত বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক দিপক কুমাৰ ইন্দুয়ে বক্তব্য প্ৰদান কৰে। শেষত বিদ্যালয়ৰ প্ৰধান শিক্ষক গোপাল দে ৰবীন্দ্ৰ সংগীত পৰিবেশন কৰি অনুষ্ঠান সমাপন কৰা হয়।
    user_Ratul Deka
    Ratul Deka
    Court reporter বৰডুমচা, তিনিচুকীয়া, অসম•
    5 hrs ago
  • টিনচুকীয়া জিলাৰ লেখাপানী সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ৪০ বিঘাৰো অধিক ভূমি বেদখলৰ চেষ্টা অব্যাহত আছে। এই সন্দৰ্ভত, কাষৰীয়া লেখাপানী নেপালী গাঁৱৰ বাসিন্দাসকলে সংবাদমেল যোগে চৰকাৰ আৰু বন বিভাগক উচিত তদন্ত কৰি দোষীক কৰায়ত্ব কৰিবলৈ আহ্বান জনাইছে। বনাঞ্চলখনৰ সুৰক্ষাৰ স্বাৰ্থত এই পদক্ষেপ লোৱা হৈছে।
    1
    টিনচুকীয়া জিলাৰ লেখাপানী সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ৪০ বিঘাৰো অধিক ভূমি বেদখলৰ চেষ্টা অব্যাহত আছে। এই সন্দৰ্ভত, কাষৰীয়া লেখাপানী নেপালী গাঁৱৰ বাসিন্দাসকলে সংবাদমেল যোগে চৰকাৰ আৰু বন বিভাগক উচিত তদন্ত কৰি দোষীক কৰায়ত্ব কৰিবলৈ আহ্বান জনাইছে। বনাঞ্চলখনৰ সুৰক্ষাৰ স্বাৰ্থত এই পদক্ষেপ লোৱা হৈছে।
    user_Deepak Das
    Deepak Das
    Local News Reporter মাৰ্ঘেৰিটা, তিনিচুকীয়া, অসম•
    14 hrs ago
  • মৰাণৰ খোৱাং নাহৰণি সোনোৱাল গাঁৱত সোনোৱাল কছাৰী সকলে উলহ-মালহেৰে পালন কৰিলে বহুৱা নৃত্য। এই বৰ্ণাঢ্য অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অঞ্চলজুৰি জনসাধাৰণৰ মাজত দেখা গ'ল ব্যাপক উছাহ।
    1
    মৰাণৰ খোৱাং নাহৰণি সোনোৱাল গাঁৱত সোনোৱাল কছাৰী সকলে উলহ-মালহেৰে পালন কৰিলে বহুৱা নৃত্য। এই বৰ্ণাঢ্য অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অঞ্চলজুৰি জনসাধাৰণৰ মাজত দেখা গ'ল ব্যাপক উছাহ।
    user_Moran Dorpon
    Moran Dorpon
    মৰাণ, ডিব্ৰুগড়, অসম•
    6 hrs ago
  • চৰাইদেউৰ মথুৰাপুৰত নিশা হোৱা প্ৰচণ্ড ধুমুহা-বৰষুণে বিস্তৰ ক্ষতি সাধন কৰিছে। মথুৰাপুৰ আমগুৰি প্ৰাথমিক বিদ্যালয়ৰ টিনপাত উৰুৱাই নিয়াৰ ফলত পাঠদান ব্যাহত হোৱাৰ লগতে বহু পৰিয়ালৰ ঘৰ-দুৱাৰ আৰু বিদ্যুৎ যোগানো বিচ্ছিন্ন হৈ পৰে।
    1
    চৰাইদেউৰ মথুৰাপুৰত নিশা হোৱা প্ৰচণ্ড ধুমুহা-বৰষুণে বিস্তৰ ক্ষতি সাধন কৰিছে। মথুৰাপুৰ আমগুৰি প্ৰাথমিক বিদ্যালয়ৰ টিনপাত উৰুৱাই নিয়াৰ ফলত পাঠদান ব্যাহত হোৱাৰ লগতে বহু পৰিয়ালৰ ঘৰ-দুৱাৰ আৰু বিদ্যুৎ যোগানো বিচ্ছিন্ন হৈ পৰে।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    12 hrs ago
  • মৰাণত আলফাৰ নামত ৬০ লাখ টকা ধন দাবী কৰিছিল তিনি যুৱকে। চিকিৎসক ডাঃ পবিত্ৰ বৰগোহাঁইৰ ঘৰৰ সন্মুখত ধন দাবী পত্ৰ এৰি যোৱাৰ পিছতে তিনিওটা এতিয়া আৰক্ষীৰ জালত পৰি বিপদত পৰিছে।
    1
    মৰাণত আলফাৰ নামত ৬০ লাখ টকা ধন দাবী কৰিছিল তিনি যুৱকে। চিকিৎসক ডাঃ পবিত্ৰ বৰগোহাঁইৰ ঘৰৰ সন্মুখত ধন দাবী পত্ৰ এৰি যোৱাৰ পিছতে তিনিওটা এতিয়া আৰক্ষীৰ জালত পৰি বিপদত পৰিছে।
    user_Direct Khabar
    Direct Khabar
    মৰাণ, ডিব্ৰুগড়, অসম•
    12 hrs ago
  • হাবিবৰঙাবাৰী খেল পথাৰত চিলা উৰুৱা উৎসৱ। মৰিগাঁও জিলাৰ হাবিবৰঙাবাৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত হাবিবৰঙাবাৰী খেল পথাৰত আজি দিনৰ ২ বজাৰ পৰা চিলা উৰুৱা উৎসৱ ২০২৬ অনুষ্ঠিত হয়। হাবিবৰঙাবাৰী খেল পথাৰত চিলা উৰুৱা উৎসৱ। মৰিগাঁও জিলাৰ হাবিবৰঙাবাৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত হাবিবৰঙাবাৰী খেল পথাৰত আজি দিনৰ ২ বজাৰ পৰা চিলা উৰুৱা উৎসৱ ২০২৬ অনুষ্ঠিত হয়। আমাৰ মাজৰ পৰা প্ৰায় হেৰাই যাব ধৰা চিলা উৰুৱা পৰম্পৰাগ যুৱ-প্ৰজন্মৰ মাজত অক্ষুণ্ণ ৰাখিবলৈ " আমাৰো" আছে উৰাৰ সপোন" শীৰ্ষক শ্লোগানেৰে এই চিলা উৰুৱা উৎসৱ অনুষ্ঠিত হয় বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে। হাবিবৰঙাবাৰী কহঁবেঢ়ীয়া চুবুৰী মাঘ উচ্ছভ সমিতি আৰু লুইত জ্যোতি যুৱক সংঘৰ সৌজন্যত ২৬ বহাগ মেলাৰ উপলক্ষে চিলা উৰুৱা এই উৎসৱত প্ৰায় অৰ্থ শতাধিক চিলা উৰুৱা দেখা যায়। এক কথাত কবলৈ গলে হাবিবৰঙাবাৰী আকাশ চিলা ময় হৈ পৰে। এই উৎসৱে হাবিবৰঙাবাৰীত শান্তি আৰু ভাতৃবোধৰ নিদৰ্শন দাঙি ধৰিছে। আমাৰ মাজৰ পৰা ক্ৰমান্বয়ে বিলুপ্ত হ'ব ধৰা চিলা উৰুৱা পৰম্পৰাগ ধৰি ৰাখিবলৈ পৰা এই প্ৰচেষ্টাক চিলা প্ৰেমী আৰু সচেতন মহলে আয়োজক সমিতিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছে। মৈৰাবাৰীৰ পৰা ৰাজু চেইন কছাৰীৰ ৰিপোৰ্ট
    1
    হাবিবৰঙাবাৰী খেল পথাৰত চিলা উৰুৱা উৎসৱ।


মৰিগাঁও জিলাৰ হাবিবৰঙাবাৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত হাবিবৰঙাবাৰী খেল পথাৰত আজি দিনৰ ২ বজাৰ পৰা চিলা উৰুৱা উৎসৱ ২০২৬ অনুষ্ঠিত হয়।
হাবিবৰঙাবাৰী খেল পথাৰত চিলা উৰুৱা উৎসৱ।
মৰিগাঁও জিলাৰ হাবিবৰঙাবাৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত হাবিবৰঙাবাৰী খেল পথাৰত আজি দিনৰ ২ বজাৰ পৰা চিলা উৰুৱা উৎসৱ ২০২৬ অনুষ্ঠিত হয়।
আমাৰ মাজৰ পৰা প্ৰায় হেৰাই যাব ধৰা চিলা উৰুৱা পৰম্পৰাগ যুৱ-প্ৰজন্মৰ মাজত অক্ষুণ্ণ ৰাখিবলৈ " আমাৰো" আছে উৰাৰ সপোন" শীৰ্ষক শ্লোগানেৰে এই চিলা উৰুৱা উৎসৱ অনুষ্ঠিত হয় বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে।
হাবিবৰঙাবাৰী কহঁবেঢ়ীয়া চুবুৰী মাঘ উচ্ছভ সমিতি আৰু লুইত জ্যোতি যুৱক সংঘৰ সৌজন্যত ২৬ বহাগ মেলাৰ উপলক্ষে চিলা উৰুৱা এই উৎসৱত প্ৰায় অৰ্থ শতাধিক চিলা উৰুৱা দেখা যায়।
এক কথাত কবলৈ গলে হাবিবৰঙাবাৰী আকাশ চিলা ময় হৈ পৰে।
এই উৎসৱে হাবিবৰঙাবাৰীত শান্তি আৰু ভাতৃবোধৰ নিদৰ্শন দাঙি ধৰিছে।
আমাৰ মাজৰ পৰা ক্ৰমান্বয়ে বিলুপ্ত হ'ব ধৰা চিলা উৰুৱা পৰম্পৰাগ ধৰি ৰাখিবলৈ পৰা এই প্ৰচেষ্টাক চিলা প্ৰেমী আৰু সচেতন মহলে আয়োজক সমিতিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছে।
মৈৰাবাৰীৰ পৰা ৰাজু চেইন কছাৰীৰ ৰিপোৰ্ট
    user_Huntu sen kachari
    Huntu sen kachari
    Actor ধেমাজি, ধেমাজি, অসম•
    1 hr ago
  • *ডুমডুমাৰ দুমুখীয়া চাহ বাগিচাত এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ পিঞ্জৰাৱদ্ধ *ডুমডুমাৰ দুমুখীয়া চাহ বাগিচাত এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ পিঞ্জৰাৱদ্ধ
    1
    *ডুমডুমাৰ দুমুখীয়া চাহ বাগিচাত এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ পিঞ্জৰাৱদ্ধ
*ডুমডুমাৰ দুমুখীয়া চাহ বাগিচাত এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ পিঞ্জৰাৱদ্ধ
    user_জেৰিণা আৰ হাজৰিকা
    জেৰিণা আৰ হাজৰিকা
    Doom Dooma, Tinsukia•
    1 hr ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.