Shuru
Apke Nagar Ki App…
Badsha Ali
More news from মেঘালয় and nearby areas
- Post by Badsha Ali1
- সোণতলীত এআইইউডিএফৰ (AIUDF) বিশাল নিৰ্বাচনী প্ৰচাৰ সভা। ছমৰীয়া সমষ্টিত এইবাৰ আন কোনো দলৰ অস্তিত্ব নাই! আনকি ৰেকিব উদ্দিন আহমেদৰ পৰিয়ালৰ সদস্যইও এইবাৰ মোকহে ভোট দিব — এই দাবী এআইইউডিএফ প্ৰাৰ্থী ইমদাদ হুছেইনৰ।1
- Post by Mahesh kumar das1
- RGVN ৰ প্ৰকল্পৰ ক্ষেত্ৰ সমন্বয়ক উদয় কুমাৰ শৰ্মা মহোদয়ে ফিটা কাটি আজি টাজা- টি ২৩৫৫ ভেৰাইটিৰ মাকৈ চপোৱা অনুস্থানটি আনুষ্ঠানিক উদ্বোধন কৰে।* 📌*উদ্বোধনী অনুষ্ঠানটোত স্থানীয় কৃষক সমাজৰ মাজত বিশেষ উৎসাহ পৰিলক্ষিত হয়। প্ৰগতিশীল মাকৈ খেতিয়ক প্ৰফুল্ল কোঁৱৰ, সোণমণি বৰদলৈ আৰু কুশল দাসক সম্বৰ্ধনা জনাই সন্মানিত কৰা হয়1
- ৰঙিয়াত সংবাদমেল যোগে গোৰেশ্বৰ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী ৰবিন্দ্ৰ বালা বিশ্বাসৰ প্ৰাৰ্থীত্ব প্ৰত্যাহাৰ ।আজি ৰঙিয়া প্ৰেছ ক্লাবত অনুষ্ঠিত সংবাদমেলত অংশগ্ৰহণ কৰি নিজৰ হৈ নিৰ্বাচনী প্ৰচাৰ নকৰাৰ সিদ্ধান্তৰ বিষয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰে প্ৰাৰ্থী গৰাকীয়ে। আনহাতে গোৰেশ্বৰ সমষ্টিৰ বিজেপি দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী ভিক্তৰ দাসক সমৰ্থন আগবঢ়াব ঘোষণা কৰে ৰবীন্দ্ৰ বালা বিশ্বাসে ।প্ৰাৰ্থীত্বৰ মনোনয়ন প্ৰত্যাহাৰৰ সময় উকলি যোৱাৰ পৰিপ্ৰেক্ষিটত নিৰ্বাচনী আত্ম প্ৰচাৰ নকৰাৰ আনুষ্ঠানিক ঘোষণা আগবঢ়াই ৰবিন্দ্ৰ বালা বিশ্বাসে ।উল্লেখ্য যে ইয়াৰ পূৰ্বে বিপিএফ দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিটিআৰৰ কাৰ্যবাহী সদস্য ৰূপে কাৰ্যনিৰ্বাহ কৰা ৰবীন্দ্ৰবালা বিশ্বাসে বিজেপি দলৰ উন্নয়ন মূলক পদক্ষেপৰ প্ৰতি আকৰ্ষিত হৈ প্ৰক্ষেপিত প্ৰাৰ্থী গৰাকীক সমৰ্থন আগবঢ়োৱাৰ লক্ষ্যৰে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলিও সংবাদমেলত দোহাৰে ।1
- #1
- পিতৃৰ বিয়োগৰ বৈদিক কৰ্মৰ লগতে চলাই গৈছে দলীয় দায়িত্ব। সমষ্টিৰ বিভিন্ন প্ৰান্তত চলাই গৈছে নিৰ্বাচনী সভা আৰু জনসম্পৰ্ক।1
- Post by Mahesh kumar das1