Shuru
Apke Nagar Ki App…
হেলমেট পৰিধান নকৰা বাইক চালকৰ বাইক জব্দ মথুৰাপুৰ আৰক্ষীৰ। * দুৰ্ঘটনাৰ পৰা ৰক্ষা পাবলৈ হেলমেট পৰিধান নকৰা বাইক চালকৰ বাইক জব্দ মথুৰাপুৰ আৰক্ষী থানাৰ। সমাগত গণতন্ত্ৰ দিৱস আৰু বিশেষকৈ আজি সৰস্বতী পূজাৰ বাবে পথত ছাত্ৰ-ছাত্ৰীৰ ভিৰৰ পৰিপ্ৰেক্ষিতত দুৰ্ঘটনা প্ৰতিফলন হোৱাৰ সম্ভাৱনা দেখি মথুৰাপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দ্বিপেন বৰুৱাৰ নেতৃত্বত মথুৰাপুৰ আৰক্ষী থানাৰ সন্মুখত চেকিং বহুৱাই হেলমেট পৰিধান নকৰা কেইবাখনো বাইক জব্দ কৰে। আৰক্ষী থানাৰ এনে পদক্ষেপক সচেতন ৰাইজে ধন্যবাদ জনায়।
Charaideo news

More news from অসম and nearby areas
- ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্র সমাজক অপমান কৰা শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৰ বিৰুদ্ধে সৰৱ ছাত্র একতা সভা। ছবছৰীয়া অসম আন্দোলন আৰু ৮৫৫ জন শ্বহীদক অপমান কৰা শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুক ডিব্ৰুগড় বিশ্ববিদ্যালয়ত প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিছে বিশ্ববিদ্যালয়ৰ ছাত্র একতা সভাই।1
- ৰাজ্য চৰকাৰৰ কেবিনেটে অনুসূচীত জাতিৰ উন্নয়ন পৰিষদ গঠনৰ সন্দৰ্ভত গ্ৰহণ কৰা শেহতীয়া সিদ্ধান্তক আদৰণি জনাই আজি শিৱসাগৰত এক উলাহ-মালহপূৰ্ণ পৰিৱেশ বিৰাজ কৰে। ঐতিহাসিক শিৱসাগৰ চহৰৰ দল চাৰিআলিত অনুসূচীত জাতিৰ বিভিন্ন সংগঠন আৰু স্থানীয় ৰাইজ একত্ৰিত হৈ চৰকাৰৰ এই পদক্ষেপক উষ্ম আদৰণি জনায়। 3
- নুমলীগড়ৰ মৰঙিত বিধায়ক মৃনাল শইকীয়াই খোজকাঢ়ি আহি উদ্ধোধন কৰিলে পথ। অসম মালাৰ অধীনৰ প্ৰায় ৫০ কোটি টকা ব্যায় সাপেক্ষে মুৰফুলনী পৰা বগীজান সংযোগী পথৰ আধাৰশিলা কৰিলে বিধায়ক গৰাকীয়ে। দীৰ্ঘদিন ধৰি মৰঙিৰ 50 ৰ অধিক গাঁৱৰ ৰাইজৰ যন্ত্ৰনাৰ একমাত্ৰ কাৰণ হৈ পৰিছিল থুৰামুখ-বগীজান সংযোগী পথ।এই পথেৰে যাতায়ত কৰাতো একপ্ৰকাৰ অসমৰ্থ হৈ পৰিছিল। বিগত সময়ত বহু জন প্ৰতিনিধি আহিল ।কিন্তু এই পথটোৰ উন্নয়ণ নহল।যাৰ বাবে দুৰ্ভোগ ভূগিব লগা হৈছিল ৰাইজে।এইবাৰ বিধায়ক মৃনাল শইকীয়াৰ নেতৃত্বত অসম মালা আচনিৰ অধীনত মুঠ 16 কিলোমিটাৰ পথ 53 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কাৰ্য্য আৰম্ভ হৈছে।প্ৰথম পৰ্যায়ত 7 কিলোমিটাৰ নিৰ্মাণ কাৰ্য্যৰ আজি আধাৰশিলা স্থাপন কৰে বিধায়ক মৃনাল শইকীয়াই।4
- Post by লংকাৰ খবৰ1
- মৃত লোকজন কলনি জলাহৰ ইউনুচ আলী বুলি চিনাক্ত হৈছে। মংগলবাৰৰ দুপৰীয়াৰ পৰা নিৰুদ্দেশ হৈ আছিল লোকজন। স্থানীয় লোকৰ ভাষ্য অনুসৰি মৃত লোকজন মানসিক ভাৱে বিকাৰগ্ৰস্ত আছিল। দ পুখুৰীত গা ধুবলৈ আহি সন্ধানহীন হৈ আছিল লোকজন। SDRF বাহিনীয়ে অভিযান চলাই উদ্ধাৰ কৰে লোক জনৰ মৃতদেহ।1
- ৫৫ নং ধিং বিধানসভা সমষ্টিৰ মনোনীত প্ৰাৰ্থী মতিউৰ ৰহমান।এ আই ইউ ডি এফৰ দলৰ টিকট লাভ কৰিছে।1
- সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত ১৬২৫ গৰাকী মহিলাক প্ৰদান কৰিলে উদ্যমিতা আঁচনিৰ চেক। সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, জিলা আয়ুক্ত ডাঃ নেহা যাদৱৰ উপস্থিতিত বিতৰণ কৰিলে চেক।1
- ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্র সমাজক আলোচনালৈ মাতি আন্দোলনৰ বিৰুদ্ধে এনেদৰে তীৰ্যক মন্তব্য কৰে শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে।1
- জুৰীয়াৰ কদমণিত চাঞ্চল্যকৰ ঘটনা কদমণি পথাৰৰ এটি পুখুৰীত সলিল সমাধি এজনৰ1