Shuru
Apke Nagar Ki App…
ये इंग्लैंड की तस्वीर है ! सीज़फायर के 100 हो गए फिर भी इसराइल गाज़ा पर बमबारी कर रहा है, फिलिस्तीनियों का क़त्ल कर रहा है! Ceasefire के बावजूद भी आतंकी इसराइल 136 बच्चों का कत्ल कर दिया, कई पत्रकारों की जान ले ली! क्या इसराइल के लिए कानून नहीं??
MAKKI TV
ये इंग्लैंड की तस्वीर है ! सीज़फायर के 100 हो गए फिर भी इसराइल गाज़ा पर बमबारी कर रहा है, फिलिस्तीनियों का क़त्ल कर रहा है! Ceasefire के बावजूद भी आतंकी इसराइल 136 बच्चों का कत्ल कर दिया, कई पत्रकारों की जान ले ली! क्या इसराइल के लिए कानून नहीं??
- Rabbul Alamচামাগুৰি, নগাঁও, অসম🙏on 24 January
More news from অসম and nearby areas
- কণ কণ ছাত্ৰ ছাত্ৰী সকল চৰকাৰী হা সুবিধাৰ পৰা বঞ্চিত হৈ হোৱাৰ অভিযোগ উত্থাপিত হৈছে। এই ঘটনা সংঘটিত হৈছে বৰপেটা জিলাৰ কলগাছিয়াত অৱস্থিত ৰূপসী শিশু সংসদ উন্নয়ন সেৱা প্ৰকল্পৰ অন্তৰ্গত ৯০নং বনঘূগী অংগনবাড়ী কেন্দ্ৰত।1
- লাইক কমেন্ট করবেন1
- লৰূপচী মণ্ডল সম্পাদক হৰিহৰ ৰায়ৰ উপস্থিতিত এই ধনৰ শুভাৰম্ভনিৰ লগতে সভাত উপস্থিত থাকে PS কমিটীৰ সদস্য সকল আৰু গন্ন মান্ন ব্যাক্তি সকল ।। অসমত ৪০ লাখ মহিলাক ৯ হাজাৰ টকা ৩.০ অৰুণোদয় আঁচনিৰ জৰিয়তে ধনৰাশি একাউণ্টত প্ৰদান কৰিব চৰাকাৰে || চৰকাৰে এনেধৰনৰ জনকল্যাণমূলক আঁচনিসমূহ ৰূপায়নৰ বাবে ধন্যবাদ মুখ্যমন্ত্ৰীক || সকলোৱে উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হয় || ৰায়পুৰ গাঁও পঞ্চায়তত অৰুণোদয় ৩.০ হিতাধিকাৰী আঁচনি উদ্দেশ্যে এখন সভাও অনুষ্ঠিত হয় || সভাত সভাপতিত্ব কৰে ৰায়পুৰ গাঁও পঞ্চায়তৰ সভানেত্ৰি ।। বাইট 1) সভানেত্ৰী ৰায়পুৰ গাঁও পঞ্চায়ত।।1
- নতুন ভিডিও1
- Post by Mahesh kumar das1
- শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ পিৰাকটা কছাৰী গাঁৱত আজি অসম প্ৰদেশ কংগ্ৰেছ দলৰ বুথ সন্মিলন সভা অনুষ্ঠিত হয় ৷ পিৰাকটা মণ্ডল কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত হোৱা বুথ সন্মিলন সভাত আজি উপস্থিত থাকে কংগ্ৰেছ দলৰ ৬৬ নং বৰছলা বিধানসভা সমষ্টিৰ প্ৰক্ষেপিত প্ৰাৰ্থী ৰিপুণ বৰা ৷ উক্ত বুথ সন্মিলনত উপস্থিত থাকি আজি ৰিপুণ বৰাই গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়াই ৷1
- বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ মেডিকেল কলেজৰ নাম পৰিবৰ্তন কৰি চৰকাৰে বৰপেটা মেডিকেল কলেজ কৰাক লৈ ৰাইজৰ দলৰ সম্পাদক মনিৰুজ্জামানে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয় যে, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নাম পৰিৱৰ্তন কৰি কুখ্যাত হিমন্ত বিশ্ব শৰ্মা ৰাখিব লাগে।1
- গোলকগঞ্জ বিৰাট নগৰ চাৰিআলিৰ গোপাল গোস্বামী এজন দিব্যাংঙ্গ্য যুৱক নিৰুদ্দেশ। গোলকগঞ্জ থানাৰ অন্তৰ্গত উত্তৰ ৰায়পুৰ তৃতীয় খণ্ড গাঁও ( চাৰিআলিৰ) গোপাল গোস্বামী এজন দিব্যাংঙ্গ্য যুৱক নিৰুদ্দেশ। বিৰাট নগৰ চাৰিআলিৰ নৃপেন গোস্বামীৰ পুত্ৰ গোপাল গোস্বামী বয়স ৩৬ বছৰীয়া ব্যক্তি যোৱা ২২ ফেব্ৰুৱাৰীৰ পৰা সন্ধানহীন হৈ আছে। উত্তৰ ৰায়পুৰ ৩য় খণ্ড নিজ বাসগৃহৰ পৰা ওলাই গৈ নিৰুদ্দেশ হয়। পৰিয়ালৰ লোক আত্মীয় স্বজনৰ ঘৰত খা খবৰ লোৱাৰ পিছত কোনো সন্ধান ওলাব পৰা নাই। গতিকে কোনো সদাসয় ব্যক্তি গোপাল গোস্বামীৰ দেখা পায় তেনেহলে তলত দিয়া নম্বৰত 6000470575/, যোগাযোগ কৰিবলৈ পৰিয়াল বৰ্গই অনুৰোধ জনায়।2
- Post by Mahesh kumar das1