Shuru
Apke Nagar Ki App…
মুকলমাত সরু সরু লরা ছোৱালীক কিডন্যাপ করি ধরা পরিল মহিলাটি । এও লোকক উচিত সাস্তি দিব লাগে । #kinnapper লাইক কমেন্ট করবেন
Shariful Islam
মুকলমাত সরু সরু লরা ছোৱালীক কিডন্যাপ করি ধরা পরিল মহিলাটি । এও লোকক উচিত সাস্তি দিব লাগে । #kinnapper লাইক কমেন্ট করবেন
More news from Assam and nearby areas
- বৰপেটা মেডিকেল কলেজৰ নাম সলনি কৰা কাৰ্যৰকলৈ সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ ৰাজ্যজুৰি স্মাৰকপত্ৰ প্ৰেৰণ কৰাৰ উপৰিও বৰপেটা জিলা সমিতিৰ তৰফৰ পৰা বৰপেটা জিলা আয়ুক্তৰ জৰিয়তে পুনৰ বিবেচনা কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ পত্ৰ প্ৰেৰণ সংগঠনটোৰ । সদৌ অসম গৰীয়া জাতীয় পৰিষদে এই দাবী জনায় চৰকাৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক । অসম চৰকাৰে বৰপেটা মেডিকেল কলেজৰ পৰা প্ৰাক্তন ৰাষ্ট্ৰপতি ফকৰুদ্দিন আলি আহমেদৰ নাম আঁতৰাই দিয়া কাৰ্যক আমি গৰিহনা দিছো । চৰকাৰৰ এই কাৰ্য অসমৰ প্ৰাচীন জনগোষ্ঠী গৰীয়া সকলৰ প্ৰতি চুড়ান্ত অপমান । যদি চৰকাৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীৰ প্ৰতি সদভাৱ আছে, অনতিপলমে অসমৰ পৰা দেশৰ সৰ্বোচ্চ সাংবিধানিক পদত অধিষ্ঠিত হোৱা প্ৰাক্তন ৰাষ্ট্ৰপতি ফকৰুদ্দিন আলি আহমেদ তথা স্বনামধন্য গৰীয়া ব্যক্তিজনৰ নামত চৰকাৰে ঘোষনা কৰাৰ দৰে আন অনুষ্ঠান বা প্ৰতিষ্ঠানৰ নামাকৰণ কৰিবলৈ দাবী জনাঁলো ।1
- লাইক কমেন্ট করবেন1
- কণ কণ ছাত্ৰ ছাত্ৰী সকল চৰকাৰী হা সুবিধাৰ পৰা বঞ্চিত হৈ হোৱাৰ অভিযোগ উত্থাপিত হৈছে। এই ঘটনা সংঘটিত হৈছে বৰপেটা জিলাৰ কলগাছিয়াত অৱস্থিত ৰূপসী শিশু সংসদ উন্নয়ন সেৱা প্ৰকল্পৰ অন্তৰ্গত ৯০নং বনঘূগী অংগনবাড়ী কেন্দ্ৰত।1
- মানাহ বিধানসভা সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী হ'ব নেকি ইএম বেগম আখতাৰা আহমেদ! . . . #AssemblyElection2026 #Manas #BPF #ABCNewsAssam1
- তামুলপুৰৰ উলুবাৰীত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আজি ৪৩ নং তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত উলুবাৰীৰ পৱিত্ৰ শ্ৰীশ্ৰী গোপাল মন্দিৰত উপস্থিত হয় অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী। অধ্যক্ষগৰাকীয়ে মন্দিৰত সেৱা জনোৱাৰ লগতে স্থানীয় ৰাইজৰ সৈতে বিভিন্ন সমস্যা তথা উন্নয়নমূলক বিষয়ত এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। নিৰ্বাচনৰ প্ৰাকক্ষণত অধ্যক্ষগৰাকীৰ এই তৎপৰতাই বিশেষ তাৎপৰ্য বহন কৰিছে।1
- ৰঙিয়াৰ কমলপুৰ সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী সত্যব্ৰত কলিতাৰ সংবাদ মেল অনুষ্ঠিত1
- বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ মেডিকেল কলেজৰ নাম পৰিবৰ্তন কৰি চৰকাৰে বৰপেটা মেডিকেল কলেজ কৰাক লৈ ৰাইজৰ দলৰ সম্পাদক মনিৰুজ্জামানে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয় যে, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নাম পৰিৱৰ্তন কৰি কুখ্যাত হিমন্ত বিশ্ব শৰ্মা ৰাখিব লাগে।1
- 🔴শিক্ষাগ্ৰহণৰ বাবে BTCৰ ছাত্ৰ-ছাত্ৰীয়ে এতিয়া বহিঃৰাজ্যলৈ যাব নালাগে। 🔴বাক্সাত আমলা ৰাম শিৱা ৰাম বড়ো বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত হৈ মন্তব্য EM বেগম আখতাৰাৰ। 🔴বিশ্ববিদ্যালয়ৰ খনৰ আধাৰশিলা স্থাপনৰ বাবে হাগ্ৰামা মহিলাৰীক প্ৰশংসা EM বেগম আখতাৰাৰ।1
- লৰূপচী মণ্ডল সম্পাদক হৰিহৰ ৰায়ৰ উপস্থিতিত এই ধনৰ শুভাৰম্ভনিৰ লগতে সভাত উপস্থিত থাকে PS কমিটীৰ সদস্য সকল আৰু গন্ন মান্ন ব্যাক্তি সকল ।। অসমত ৪০ লাখ মহিলাক ৯ হাজাৰ টকা ৩.০ অৰুণোদয় আঁচনিৰ জৰিয়তে ধনৰাশি একাউণ্টত প্ৰদান কৰিব চৰাকাৰে || চৰকাৰে এনেধৰনৰ জনকল্যাণমূলক আঁচনিসমূহ ৰূপায়নৰ বাবে ধন্যবাদ মুখ্যমন্ত্ৰীক || সকলোৱে উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হয় || ৰায়পুৰ গাঁও পঞ্চায়তত অৰুণোদয় ৩.০ হিতাধিকাৰী আঁচনি উদ্দেশ্যে এখন সভাও অনুষ্ঠিত হয় || সভাত সভাপতিত্ব কৰে ৰায়পুৰ গাঁও পঞ্চায়তৰ সভানেত্ৰি ।। বাইট 1) সভানেত্ৰী ৰায়পুৰ গাঁও পঞ্চায়ত।।1