logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

দেশীয় সুৰাৰ বিপণীত, বিদেশী সুৰাৰ ৰমৰমীয়া চোৰাং বেহা, বগীনদী আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ বিলাতী সুৰা। নামতহে দেশীয় সুৰাৰ বিপণী, কামত কিন্তু বিদেশী সুৰাৰ ৰমৰমীয়া চোৰাং বেহা! এনে কাৰ্য্য চলি আছিল বগীনদীৰ হৰিয়নী গাঁৱত। লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত হৰিয়নী গাঁৱৰ দেশীয় সুৰা বিক্ৰী কৰা অনুজ্ঞাপত্ৰ থকা এছ চি কাউন্টি লিকাৰ চপ নামৰ দেশীয় সুৰাৰ বিপণীত অভিযান চলাই বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয় বগীনদী আৰক্ষী। বগীনদী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ বৰপাত্ৰৰ নেতৃত্বত কালি চলোৱা এই অভিযানত বিভিন্ন প্ৰকাৰৰ প্ৰায় চাৰি কাৰ্টুন বিলাতী সুৰা জব্দ কৰে দেশীয় সুৰাৰ বিপণী খনত।

1 day ago
user_Bhuban Gautam
Bhuban Gautam
Farmer কদম, লখিমপুৰ, অসম•
1 day ago
63a8200a-1ac3-4d6b-93a5-abd6898aa6ff

দেশীয় সুৰাৰ বিপণীত, বিদেশী সুৰাৰ ৰমৰমীয়া চোৰাং বেহা, বগীনদী আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ বিলাতী সুৰা। নামতহে দেশীয় সুৰাৰ বিপণী, কামত কিন্তু বিদেশী সুৰাৰ ৰমৰমীয়া চোৰাং বেহা! এনে কাৰ্য্য চলি আছিল বগীনদীৰ হৰিয়নী গাঁৱত। লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত হৰিয়নী গাঁৱৰ দেশীয় সুৰা বিক্ৰী কৰা অনুজ্ঞাপত্ৰ থকা এছ চি কাউন্টি লিকাৰ চপ নামৰ দেশীয় সুৰাৰ বিপণীত অভিযান চলাই বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয় বগীনদী আৰক্ষী। বগীনদী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ বৰপাত্ৰৰ নেতৃত্বত কালি চলোৱা এই অভিযানত বিভিন্ন প্ৰকাৰৰ প্ৰায় চাৰি কাৰ্টুন বিলাতী সুৰা জব্দ কৰে দেশীয় সুৰাৰ বিপণী খনত।

More news from অসম and nearby areas
  • দুখনকৈ কাঠভৰ্তি বাহন জব্দ লখিমপুৰ জিলাৰ পথালিপাম বনৰক্ষীৰ লখিমপুৰ জিলাৰ পথালিপাম বনৰক্ষীৰ বৃহৎ সফলতা। জব্দ কৰে দুখনকৈ কাঠভৰ্তি বাহন। তদন্ত অব্যাহত‌।
    1
    দুখনকৈ কাঠভৰ্তি বাহন জব্দ লখিমপুৰ জিলাৰ পথালিপাম বনৰক্ষীৰ
লখিমপুৰ জিলাৰ পথালিপাম বনৰক্ষীৰ বৃহৎ সফলতা। জব্দ কৰে দুখনকৈ কাঠভৰ্তি বাহন। তদন্ত অব্যাহত‌।
    user_Dip Pratim borah
    Dip Pratim borah
    Media Consultant কদম, লখিমপুৰ, অসম•
    19 hrs ago
  • ৰক্তদান আৰু মানৱ সেৱাৰ ক্ষেত্ৰত নিৰন্তৰ সেৱা আগবঢ়াই অহা মঙলদৈৰ ৰক্তমিত্ৰ শেখৰ মজুমদাৰক অযোধ্যা ধামত অনুষ্ঠিত ৰাষ্ট্ৰীয় ৰক্তদান মহোৎসৱ আৰু ৰাষ্ট্ৰীয় সেৱা ৰত্ন সন্মান সমাৰোহত বিশেষভাৱে সন্মানিত কৰা হয়। ৰক্তদান আৰু মানৱ সেৱাৰ ক্ষেত্ৰত নিৰন্তৰ সেৱা আগবঢ়াই অহা মঙলদৈৰ ৰক্তমিত্ৰ শেখৰ মজুমদাৰক অযোধ্যা ধামত অনুষ্ঠিত ৰাষ্ট্ৰীয় ৰক্তদান মহোৎসৱ আৰু ৰাষ্ট্ৰীয় সেৱা ৰত্ন সন্মান সমাৰোহত বিশেষভাৱে সন্মানিত কৰা হয়।
    1
    ৰক্তদান আৰু মানৱ সেৱাৰ ক্ষেত্ৰত নিৰন্তৰ সেৱা আগবঢ়াই অহা মঙলদৈৰ ৰক্তমিত্ৰ শেখৰ মজুমদাৰক অযোধ্যা ধামত অনুষ্ঠিত ৰাষ্ট্ৰীয় ৰক্তদান মহোৎসৱ আৰু ৰাষ্ট্ৰীয় সেৱা ৰত্ন সন্মান সমাৰোহত বিশেষভাৱে সন্মানিত কৰা হয়। 
ৰক্তদান আৰু মানৱ সেৱাৰ ক্ষেত্ৰত নিৰন্তৰ সেৱা আগবঢ়াই অহা মঙলদৈৰ ৰক্তমিত্ৰ শেখৰ মজুমদাৰক অযোধ্যা ধামত অনুষ্ঠিত ৰাষ্ট্ৰীয় ৰক্তদান মহোৎসৱ আৰু ৰাষ্ট্ৰীয় সেৱা ৰত্ন সন্মান সমাৰোহত বিশেষভাৱে সন্মানিত কৰা হয়।
    user_MR ABDUL MOTIN
    MR ABDUL MOTIN
    Journalist উত্তৰ লখিমপুৰ, লখিমপুৰ, অসম•
    23 hrs ago
  • বানপীড়িতক সাহায্য প্ৰদান আৰু অবৈধ খনন ৰোধৰ দাবীত শিৱসাগৰত টাইপাৰ উত্তাল প্ৰতিবাদ|অবৈধ খনন কাৰ্য বন্ধ কৰাৰ দাবী| বানপীড়িত ৰাইজক অনতিপলমে ক্ষতিপূৰণসহ সাহায্য প্ৰদান কৰা আৰু অবাধে চলি থকা অবৈধ খনন কাৰ্য বন্ধ কৰাৰ দাবীত আজি শিৱসাগৰত টাইপাই এক উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। সংগঠনটোৰ শতাধিক নেতা-কৰ্মীয়ে ৰাজপথলৈ ওলাই আহি প্ৰশাসনৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে।
    1
    বানপীড়িতক সাহায্য প্ৰদান আৰু অবৈধ খনন ৰোধৰ দাবীত শিৱসাগৰত টাইপাৰ উত্তাল প্ৰতিবাদ|অবৈধ খনন কাৰ্য বন্ধ কৰাৰ দাবী|

বানপীড়িত ৰাইজক অনতিপলমে ক্ষতিপূৰণসহ সাহায্য প্ৰদান কৰা আৰু অবাধে চলি থকা অবৈধ খনন কাৰ্য বন্ধ কৰাৰ দাবীত আজি শিৱসাগৰত টাইপাই এক উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। সংগঠনটোৰ শতাধিক নেতা-কৰ্মীয়ে ৰাজপথলৈ ওলাই আহি প্ৰশাসনৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    3 hrs ago
  • সূৰ্য্যকণ্ঠ জুবিন গাৰ্গৰ পৱিত্ৰ স্মৃতিত ভাৰতীয় সাংবাদিক মহাসংঘ(IJF) শিৱসাগৰ জিলা সমিতি আৰু সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ বক্তৃতানুষ্ঠান/সাহিত্য আৰু সাংস্কৃতিক অনুষ্ঠান৷ ভাৰতীয় সাংবাদিক মহাসংঘ (IJF), শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আৰু শিৱসাগৰৰ অন্যতম সামাজিক-সাংস্কৃতিক অনুষ্ঠান "সমন্বয় সাংস্কৃতিক গোষ্ঠী"ৰ সৌজন্যত অহা ১৯ ছেপ্তেম্বৰ, শনিবাৰে শিৱসাগৰ চিনিয়ৰ চেকেণ্ডৰী স্কুলত প্ৰাণৰ শিল্পী, সূৰ্য্যকণ্ঠ #জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষ্যে “অসমীয়াৰ হিয়াৰ আমঠু, সূৰ্য্যকণ্ঠ জুবিন গাৰ্গৰ গীত আৰু বৃহত্তৰ অসমীয়া সমাজ” শীৰ্ষক এক *বক্তৃতানুষ্ঠান* ৰ লগতে সাহিত্য আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷ জুবিনদাৰ পৱিত্ৰ স্মৃতিত আয়োজন কৰা অনুষ্ঠানভাগিলৈ সমূহ ৰাইজক আয়োজক সমিতিৰ হৈ শিৱসাগৰ জিলা আইজেএফৰ কাৰ্য্যকৰী সভাপতি দিগন্ত বৰাই সাদৰ আমন্ত্ৰণ জনাইছে৷
    4
    সূৰ্য্যকণ্ঠ জুবিন গাৰ্গৰ পৱিত্ৰ স্মৃতিত ভাৰতীয় সাংবাদিক মহাসংঘ(IJF) শিৱসাগৰ জিলা সমিতি আৰু সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ বক্তৃতানুষ্ঠান/সাহিত্য আৰু সাংস্কৃতিক অনুষ্ঠান৷ 
ভাৰতীয় সাংবাদিক মহাসংঘ (IJF), শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আৰু শিৱসাগৰৰ অন্যতম সামাজিক-সাংস্কৃতিক অনুষ্ঠান "সমন্বয় সাংস্কৃতিক গোষ্ঠী"ৰ সৌজন্যত অহা ১৯ ছেপ্তেম্বৰ, শনিবাৰে শিৱসাগৰ চিনিয়ৰ চেকেণ্ডৰী স্কুলত প্ৰাণৰ শিল্পী, সূৰ্য্যকণ্ঠ #জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষ্যে “অসমীয়াৰ হিয়াৰ আমঠু, সূৰ্য্যকণ্ঠ জুবিন গাৰ্গৰ গীত আৰু বৃহত্তৰ অসমীয়া সমাজ” শীৰ্ষক এক *বক্তৃতানুষ্ঠান* ৰ লগতে সাহিত্য আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷ জুবিনদাৰ পৱিত্ৰ স্মৃতিত আয়োজন কৰা  অনুষ্ঠানভাগিলৈ সমূহ ৰাইজক আয়োজক সমিতিৰ হৈ শিৱসাগৰ জিলা আইজেএফৰ কাৰ্য্যকৰী সভাপতি দিগন্ত বৰাই সাদৰ আমন্ত্ৰণ জনাইছে৷
    user_অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    সাংবাদিক শিৱসাগৰ, শিৱসাগৰ, অসম•
    19 hrs ago
  • সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ১.০ আৰু ২.০’ৰ অধীনত অনুষ্ঠিত আৰ্থিক অনুদান বিতৰণ অনুষ্ঠান সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় ‘মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ১.০ আৰু ২.০’ৰ অধীনত অনুষ্ঠিত আৰ্থিক অনুদান বিতৰণ অনুষ্ঠান । চৰাইদেউ জিলা আয়ুক্ত ডাঃ নেহা যাদৱৰ উপস্থিতিত সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ৫৯৫ জন হিতাধিকাৰীৰ মাজত আৰ্থিক সহায় আগবঢ়াই । মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ যুৱক-যুৱতী আৰু উদ্যোগীসকলক আত্মনিৰ্ভৰ কৰি তোলাৰ লক্ষ্যৰে গ্ৰহণ কৰা এনে পদক্ষেপে স্বাৱলম্বিতাৰ নতুন দুৱাৰ মুকলি কৰিছে। উক্ত অনুষ্ঠানত চৰাইদেউ জিলা অতিৰিক্ত আয়ুক্ত নৱদ্বীপ চাংমাই , সহকাৰী আয়ুক্ত বিবেক শৰ্মা , চৰাইদেউ জিলা উদ্যোগ বিষয়া ধিৰাজ বসুমতাৰী , বিশিষ্ট সমাজকৰ্মী নিতুমণি প্ৰধান , নাৰায়ণ লাহন , চৰাইদেউ জিলা পৰিষদৰ চেয়াৰমেন সংগীতা গগৈৰ লগতে সংশ্লিষ্ট বিভাগৰ বিষয়াসকলৰ উপৰিও হিতাধিকাৰী সকল উপস্থিত আছিল।
    1
    সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত  অনুষ্ঠিত হয় মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ১.০ আৰু ২.০’ৰ অধীনত অনুষ্ঠিত আৰ্থিক অনুদান বিতৰণ অনুষ্ঠান 
সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত  অনুষ্ঠিত হয় ‘মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ১.০ আৰু ২.০’ৰ অধীনত অনুষ্ঠিত আৰ্থিক অনুদান বিতৰণ অনুষ্ঠান । চৰাইদেউ জিলা আয়ুক্ত ডাঃ নেহা যাদৱৰ উপস্থিতিত সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে 
৫৯৫ জন হিতাধিকাৰীৰ মাজত আৰ্থিক সহায় আগবঢ়াই  । 
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ যুৱক-যুৱতী আৰু উদ্যোগীসকলক আত্মনিৰ্ভৰ কৰি তোলাৰ লক্ষ্যৰে গ্ৰহণ কৰা এনে পদক্ষেপে স্বাৱলম্বিতাৰ নতুন দুৱাৰ মুকলি কৰিছে।
উক্ত অনুষ্ঠানত চৰাইদেউ জিলা অতিৰিক্ত আয়ুক্ত  নৱদ্বীপ চাংমাই , সহকাৰী আয়ুক্ত  বিবেক শৰ্মা , চৰাইদেউ  জিলা উদ্যোগ বিষয়া  ধিৰাজ বসুমতাৰী , বিশিষ্ট সমাজকৰ্মী  নিতুমণি প্ৰধান , নাৰায়ণ লাহন , চৰাইদেউ জিলা পৰিষদৰ চেয়াৰমেন  সংগীতা গগৈৰ লগতে সংশ্লিষ্ট বিভাগৰ বিষয়াসকলৰ উপৰিও হিতাধিকাৰী সকল উপস্থিত আছিল।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    3 hrs ago
  • Sri Sri Ganesh chaturthi puja celebration at J P R Road Jorhat City Sri Sri Ganesh chaturthi puja celebration at J P R Road Jorhat City.
    1
    Sri Sri Ganesh chaturthi puja celebration at J P R Road Jorhat City 
Sri Sri Ganesh chaturthi puja celebration at J P R Road Jorhat City.
    user_Debojit Kumar Bordoloi
    Debojit Kumar Bordoloi
    Photographer যোৰহাট পশ্চিম, যোৰহাট, অসম•
    22 hrs ago
  • ৰঙাগঢ়া চাহ বাগিচাত পাৰ্থ জ্যোতি কেওঁটৰ স্পষ্ট বাৰ্তা .. ৰঙাগঢ়া চাহ বাগিচাত পাৰ্থ জ্যোতি কেওঁটৰ স্পষ্ট বাৰ্তা ৰঙাগঢ়া চাহ বাগিচাত অনুষ্ঠিত এখন ৰাজহুৱা সভাৰ পৰা জয় ভাৰত পাৰ্টীৰ যুৱ নেতা পাৰ্থ জ্যোতি কেওঁটৰ বিজেপি চৰকাৰৰ লগতে চাহ বাগিচাৰ মাটিক কেন্দ্ৰ কৰি দালালি কৰা বুলি অভিযোগ উঠা দল-সংগঠনসমূহলৈ কটাক্ষ কৰি স্পষ্ট বাৰ্তা প্ৰদান কৰে। তেওঁ কয়, চাহ বাগিচাৰ মাটি কোনো কাৰণতে বহিৰাগত লোকক দিয়া হ’ব নালাগে। এই বিষয়ত প্ৰয়োজন হ’লে জেললৈ যাবলৈও সাজু বুলি সভাত মন্তব্য কৰে পাৰ্থ জ্যোতি কেওটে। চাহ বাগিচাৰ মাটিৰ অধিকাৰ আৰু ইয়াক লৈ চলি থকা বিতৰ্কৰ মাজতে যুৱ নেতাগৰাকীৰ এই বক্তব্যই স্থানীয় ৰাজনৈতিক পৰিৱেশত নতুন চৰ্চাৰ সৃষ্টি কৰিছে। . . . . #everyonefollowers #nonfollowers #highlight #jaybharatparty
    1
    ৰঙাগঢ়া চাহ বাগিচাত পাৰ্থ জ্যোতি কেওঁটৰ স্পষ্ট বাৰ্তা ..
ৰঙাগঢ়া চাহ বাগিচাত পাৰ্থ জ্যোতি কেওঁটৰ স্পষ্ট বাৰ্তা
ৰঙাগঢ়া চাহ বাগিচাত অনুষ্ঠিত এখন ৰাজহুৱা সভাৰ পৰা জয় ভাৰত পাৰ্টীৰ যুৱ নেতা পাৰ্থ জ্যোতি কেওঁটৰ বিজেপি চৰকাৰৰ লগতে চাহ বাগিচাৰ মাটিক কেন্দ্ৰ কৰি দালালি কৰা বুলি অভিযোগ উঠা দল-সংগঠনসমূহলৈ কটাক্ষ কৰি স্পষ্ট বাৰ্তা প্ৰদান কৰে।
তেওঁ কয়, চাহ বাগিচাৰ মাটি কোনো কাৰণতে বহিৰাগত লোকক দিয়া হ’ব নালাগে। এই বিষয়ত প্ৰয়োজন হ’লে জেললৈ যাবলৈও সাজু বুলি সভাত মন্তব্য কৰে পাৰ্থ জ্যোতি কেওটে।
চাহ বাগিচাৰ মাটিৰ অধিকাৰ আৰু ইয়াক লৈ চলি থকা বিতৰ্কৰ মাজতে যুৱ নেতাগৰাকীৰ এই বক্তব্যই স্থানীয় ৰাজনৈতিক পৰিৱেশত নতুন চৰ্চাৰ সৃষ্টি কৰিছে।
.
.
.
.
#everyonefollowers 
#nonfollowers #highlight #jaybharatparty
    user_ভাস্কৰ জ্যোতি দত্ত
    ভাস্কৰ জ্যোতি দত্ত
    Local News Reporter বোকাখাত, গোলাঘাট, অসম•
    37 min ago
  • এজাক নেৰানেপেৰা বৰষুণতে জলমগ্ন হৈ পৰিল লখিমপুৰ জিলাৰ বৃহত্তৰ চাউলধোৱা অঞ্চল।আজি দিনৰ ভাগত অহা এজাক ধাৰাসাৰ বৰষুণৰ ফলত সোৱণশিৰি, ঘাগৰ আৰু কণানদীৰ জলস্তৰ বিপদসীমা অতিক্ৰম কৰাত সমগ্ৰ অঞ্চলটোতে এই কৃত্ৰিম বানপানীৰ দৰে পৰিস্থিতিৰ সৃষ্টি হয়। এজাক নেৰানেপেৰা বৰষুণতে জলমগ্ন হৈ পৰিল লখিমপুৰ জিলাৰ বৃহত্তৰ চাউলধোৱা অঞ্চল।আজি দিনৰ ভাগত অহা এজাক ধাৰাসাৰ বৰষুণৰ ফলত সোৱণশিৰি, ঘাগৰ আৰু কণানদীৰ জলস্তৰ বিপদসীমা অতিক্ৰম কৰাত সমগ্ৰ অঞ্চলটোতে এই কৃত্ৰিম বানপানীৰ দৰে পৰিস্থিতিৰ সৃষ্টি হয়। #newsfeed #NewsUpdate
    1
    এজাক নেৰানেপেৰা বৰষুণতে জলমগ্ন হৈ পৰিল লখিমপুৰ জিলাৰ বৃহত্তৰ চাউলধোৱা অঞ্চল।আজি দিনৰ ভাগত অহা এজাক ধাৰাসাৰ বৰষুণৰ ফলত সোৱণশিৰি, ঘাগৰ আৰু কণানদীৰ জলস্তৰ বিপদসীমা অতিক্ৰম কৰাত সমগ্ৰ অঞ্চলটোতে এই কৃত্ৰিম বানপানীৰ দৰে পৰিস্থিতিৰ সৃষ্টি হয়।

এজাক নেৰানেপেৰা বৰষুণতে জলমগ্ন হৈ পৰিল লখিমপুৰ জিলাৰ বৃহত্তৰ চাউলধোৱা অঞ্চল।আজি দিনৰ ভাগত অহা এজাক ধাৰাসাৰ বৰষুণৰ ফলত সোৱণশিৰি, ঘাগৰ আৰু কণানদীৰ জলস্তৰ বিপদসীমা অতিক্ৰম কৰাত সমগ্ৰ অঞ্চলটোতে এই কৃত্ৰিম বানপানীৰ দৰে পৰিস্থিতিৰ সৃষ্টি হয়।
#newsfeed 
#NewsUpdate
    user_Dip Pratim borah
    Dip Pratim borah
    Media Consultant কদম, লখিমপুৰ, অসম•
    19 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.