logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

Grow Your Business with ZAKM Billing Software ZAKM Billing Software is a smart, fast, and reliable solution designed to simplify your business operations. Create GST and Non-GST invoices in seconds, manage sales, purchases, inventory, payments, and customer ledgers from one platform. Send invoices instantly through WhatsApp, generate E-Way Bills, handle returns and credit/debit notes effortlessly, and keep accurate business records. Save time, reduce errors, improve productivity, and make better business decisions with secure, easy-to-use billing software backed by dedicated support. Tagline: "One Software. Complete Business Management." Grow Your Business with ZAKM Billing Software ZAKM Billing Software is a smart, fast, and reliable solution designed to simplify your business operations. Create GST and Non-GST invoices in seconds, manage sales, purchases, inventory, payments, and customer ledgers from one platform. Send invoices instantly through WhatsApp, generate E-Way Bills, handle returns and credit/debit notes effortlessly, and keep accurate business records. Save time, reduce errors, improve productivity, and make better business decisions with secure, easy-to-use billing software backed by dedicated support. Tagline: "One Software. Complete Business Management."

2 hrs ago
user_MUHAMMAD MANSOOR ALAM
MUHAMMAD MANSOOR ALAM
Business management consultant জিৰো এইচকিউ, ল'ৱাৰ চুবানচিৰি, অৰুণাচল প্ৰদেশ•

More news from অৰুণাচল প্ৰদেশ and nearby areas
  • Grow Your Business with ZAKM Billing Software ZAKM Billing Software is a smart, fast, and reliable solution designed to simplify your business operations. Create GST and Non-GST invoices in seconds, manage sales, purchases, inventory, payments, and customer ledgers from one platform. Send invoices instantly through WhatsApp, generate E-Way Bills, handle returns and credit/debit notes effortlessly, and keep accurate business records. Save time, reduce errors, improve productivity, and make better business decisions with secure, easy-to-use billing software backed by dedicated support. Tagline: "One Software. Complete Business Management." Grow Your Business with ZAKM Billing Software ZAKM Billing Software is a smart, fast, and reliable solution designed to simplify your business operations. Create GST and Non-GST invoices in seconds, manage sales, purchases, inventory, payments, and customer ledgers from one platform. Send invoices instantly through WhatsApp, generate E-Way Bills, handle returns and credit/debit notes effortlessly, and keep accurate business records. Save time, reduce errors, improve productivity, and make better business decisions with secure, easy-to-use billing software backed by dedicated support. Tagline: "One Software. Complete Business Management."
    1
    Grow Your Business with ZAKM Billing Software
ZAKM Billing Software is a smart, fast, and reliable solution designed to simplify your business operations. Create GST and Non-GST invoices in seconds, manage sales, purchases, inventory, payments, and customer ledgers from one platform. Send invoices instantly through WhatsApp, generate E-Way Bills, handle returns and credit/debit notes effortlessly, and keep accurate business records. Save time, reduce errors, improve productivity, and make better business decisions with secure, easy-to-use billing software backed by dedicated support.
Tagline: "One Software. Complete Business Management."
Grow Your Business with ZAKM Billing Software
ZAKM Billing Software is a smart, fast, and reliable solution designed to simplify your business operations. Create GST and Non-GST invoices in seconds, manage sales, purchases, inventory, payments, and customer ledgers from one platform. Send invoices instantly through WhatsApp, generate E-Way Bills, handle returns and credit/debit notes effortlessly, and keep accurate business records. Save time, reduce errors, improve productivity, and make better business decisions with secure, easy-to-use billing software backed by dedicated support.
Tagline: "One Software. Complete Business Management."
    user_MUHAMMAD MANSOOR ALAM
    MUHAMMAD MANSOOR ALAM
    Business management consultant জিৰো এইচকিউ, ল'ৱাৰ চুবানচিৰি, অৰুণাচল প্ৰদেশ•
    2 hrs ago
  • শিৱসাগৰত বান পিড়ীত কাষত থিয় দিবলৈ আহিল বলিউদৰ অভিনেতা ৰনদ্বীপ হুদা । শিৱসাগৰত বান পিড়ীত কাষত থিয় দিবলৈ আহিল বলিউদৰ অভিনেতা ৰনদ্বীপ হুদা ।
    1
    শিৱসাগৰত বান পিড়ীত কাষত থিয় দিবলৈ আহিল বলিউদৰ অভিনেতা ৰনদ্বীপ হুদা ।
শিৱসাগৰত বান পিড়ীত কাষত থিয় দিবলৈ আহিল বলিউদৰ অভিনেতা ৰনদ্বীপ হুদা ।
    user_MR ABDUL MOTIN
    MR ABDUL MOTIN
    Journalist North Lakhimpur, Assam•
    3 hrs ago
  • লখিমপুৰৰ অনন্ত বৰা নামৰ যুৱকজনে বানাক্ৰান্তৰ বিনামূলীয়াকৈ দাড়ি আৰু চুলি কাটি আগবঢ়াইছে সহায় । 📌 বানপীড়িত জিলাৰ দুৰ্গতজনৰ কাষত বিভিন্নজন। শিৱসাগৰ, চৰাইদেউৰ বানাক্ৰান্তৰ চুলি, দাড়ি বিনামূলীয়াকৈ কাটিছে লখিমপুৰৰ এজন যুৱকে। লখিমপুৰৰ অনন্ত বৰা নামৰ যুৱকজনে বানাক্ৰান্তৰ বিনামূলীয়াকৈ দাড়ি আৰু চুলি কাটি আগবঢ়াইছে সহায় । যুৱকজনৰ মহানুভৱতাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।
    1
    লখিমপুৰৰ অনন্ত বৰা নামৰ যুৱকজনে বানাক্ৰান্তৰ বিনামূলীয়াকৈ  দাড়ি আৰু চুলি কাটি আগবঢ়াইছে সহায় । 
📌 বানপীড়িত জিলাৰ দুৰ্গতজনৰ কাষত বিভিন্নজন। শিৱসাগৰ, চৰাইদেউৰ বানাক্ৰান্তৰ চুলি, দাড়ি বিনামূলীয়াকৈ কাটিছে লখিমপুৰৰ এজন যুৱকে। লখিমপুৰৰ অনন্ত বৰা নামৰ যুৱকজনে বানাক্ৰান্তৰ বিনামূলীয়াকৈ  দাড়ি আৰু চুলি কাটি আগবঢ়াইছে সহায় । যুৱকজনৰ মহানুভৱতাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।
    user_Dip Pratim borah
    Dip Pratim borah
    Media Consultant কদম, লখিমপুৰ, অসম•
    3 hrs ago
  • লালুক মাউণ্ট এভাৰেষ্ট বিজয়ী ৰূপামণি গৌড়ক আদিবাসী সমাজৰ উষ্ম আদৰণি মাউণ্ট এভাৰেষ্ট বিজয়ী অসমৰ প্ৰথমগৰাকী মহিলা ৰূপামণি গড়ক আজি লালুকত সম্বৰ্দ্ধনা জনোৱা হয়৷ ৰঙানদী যুৱ সমাজৰ উদ্যোগত সদৌ অসম আদিবাসী মহিলা এচচিয়েছন,দ’লহাট আৰু আদিবাসী জানি শক্তি সংগতি, লখিমপুৰৰ সহযোগত লালুক গণ ভৱন প্ৰাংগনত আয়োজিত এক সম্বৰ্দ্ধনা অনুষ্ঠানত ৰূপামণি গড়ক বিপুল ভাৱে সম্বৰ্দ্ধনা জনায়৷ মাউণ্ট এভাৰেষ্ট বিজয়ী ৰূপামণি গড় লালুক খেলপথাৰত উপস্থিত হোবাত উপস্থিত ৰাইজে ফুল ছটিয়াই আদৰণি জনায়৷ লালুক গণ ভৱন প্ৰাংগণত আয়োজিত সম্বৰ্দ্ধনা অনুষ্ঠানৰ আতধৰে ৰঙানদী যুৱ সমাজৰ সভাপতি কমল বাৰ্লাই৷ অনুষ্ঠানত ৰূপামণি গড়ক ভৰি ধুৱাই,আদিবাসী গামোছা পিন্ধাই আৰু সম্বৰ্দ্ধনা পত্ৰৰে উষ্ম আদৰণি জনায়৷ আনহাতে অনুষ্ঠানত উপস্থিত আদিবাসী সমাজৰ বিভিন্ন অনুষ্ঠানে পৃথকে পৃথকে ৰূপামণি গড়ক সম্বৰ্দ্ধনা জনায়৷
    1
    লালুক মাউণ্ট এভাৰেষ্ট বিজয়ী ৰূপামণি গৌড়ক আদিবাসী সমাজৰ উষ্ম আদৰণি 
মাউণ্ট এভাৰেষ্ট বিজয়ী অসমৰ প্ৰথমগৰাকী মহিলা ৰূপামণি গড়ক আজি লালুকত সম্বৰ্দ্ধনা জনোৱা হয়৷ ৰঙানদী যুৱ সমাজৰ উদ্যোগত সদৌ অসম আদিবাসী মহিলা এচচিয়েছন,দ’লহাট আৰু আদিবাসী জানি শক্তি সংগতি, লখিমপুৰৰ সহযোগত লালুক গণ ভৱন প্ৰাংগনত আয়োজিত এক সম্বৰ্দ্ধনা অনুষ্ঠানত ৰূপামণি গড়ক বিপুল ভাৱে সম্বৰ্দ্ধনা জনায়৷ মাউণ্ট এভাৰেষ্ট বিজয়ী ৰূপামণি গড় লালুক খেলপথাৰত উপস্থিত হোবাত উপস্থিত ৰাইজে ফুল ছটিয়াই আদৰণি জনায়৷ লালুক গণ ভৱন প্ৰাংগণত আয়োজিত সম্বৰ্দ্ধনা অনুষ্ঠানৰ আতধৰে ৰঙানদী যুৱ সমাজৰ সভাপতি কমল বাৰ্লাই৷ অনুষ্ঠানত ৰূপামণি গড়ক ভৰি ধুৱাই,আদিবাসী গামোছা পিন্ধাই আৰু সম্বৰ্দ্ধনা পত্ৰৰে উষ্ম আদৰণি জনায়৷ আনহাতে অনুষ্ঠানত উপস্থিত আদিবাসী সমাজৰ বিভিন্ন অনুষ্ঠানে পৃথকে পৃথকে ৰূপামণি গড়ক সম্বৰ্দ্ধনা জনায়৷
    user_মনোজ বৰপাত্ৰ গোহাঁই
    মনোজ বৰপাত্ৰ গোহাঁই
    Local News Reporter বিহপুৰীয়া, লখিমপুৰ, অসম•
    5 hrs ago
  • বিদপুৰীয়াত সোনোৱাল কছাৰী স্বায়ত্ত্বশাসিত পৰিষদৰ শৈক্ষিক জলপানী বিতৰণ সোনোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ *শিক্ষা বিভাগ* ৰ উদ্যোগত *শুভ বৰুৱা শৈক্ষিক প্ৰতিভা বঁটা আৰু জ্ঞান বিকাশ যোজনা -২০২শুভ৬ৰ অধিনত শৈক্ষিক জলপানি বিতৰণ অনুষ্ঠানখনি বিহপুৰীয়া পৰিষদীয়* *সমষ্টিৰ বিহপুৰীয়াস্থ জনজাতি কৃষ্টি বিকাশ কেন্দ্ৰত অনুষ্ঠিত কৰা হয় ঃ* #অনুষ্ঠানত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা " উচ্চতৰ মাধ্যমিক আৰু উচ্চ শিক্ষাত উত্তীৰ্ণ হোৱা সোনোৱাল কছাৰী জনগোষ্ঠীৰ ছাত্ৰ ছাএী সকলক সম্বৰ্ধনা মান প্ৰত্ৰ সহ জলপানি প্ৰদান কৰা হয়। # ছাত্ৰ ছাত্ৰী সকলৰ শৈক্ষিক জীৱন আৰু সোনোৱাল কছাৰী সকলৰ উত্তৰণৰ চিন্তা চৰ্চাৰে APSC ' NEET ' JEE ' ADRC আদি পৰীক্ষাসমূহত সুখ্যাতিৰে উত্তীৰ্ণ হব পৰাকৈ ক'চিং চেণ্টাৰৰ ব্যৱস্থা আছে বুলি সোনোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ ৰ্কয্যবাহী সদস্য খনীন্দ্ৰ সোনোৱালে জানিবলৈ দিয়ে । #এই সম্বৰ্ধনা অনুষ্ঠানত বিহপুৰীয়া সমষ্টিৰ বিধায়ক ভূপেন কুমাৰ বৰাৰ উপৰিও পৰিষদৰ বিভিন্ন বিভাগৰ দায়িত্বত থকা ৰ্কায্যবাহী সদস্য সকল " উন্নয়ন সমিতিৰ বিষয় ববীয়া সকল সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পৰিক্ষীত সোনোৱালৰ লগতে বহু কেইগৰাকী বিষয় ববীয়া উপস্থিত থাকে । নৱজ্যোতি শৰ্মা বিহপুৰীয়াৰ
    4
    বিদপুৰীয়াত সোনোৱাল কছাৰী স্বায়ত্ত্বশাসিত পৰিষদৰ শৈক্ষিক জলপানী বিতৰণ
সোনোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ *শিক্ষা বিভাগ* ৰ উদ্যোগত *শুভ বৰুৱা শৈক্ষিক প্ৰতিভা বঁটা আৰু জ্ঞান বিকাশ যোজনা -২০২শুভ৬ৰ অধিনত শৈক্ষিক জলপানি বিতৰণ অনুষ্ঠানখনি বিহপুৰীয়া পৰিষদীয়* *সমষ্টিৰ  বিহপুৰীয়াস্থ  জনজাতি কৃষ্টি বিকাশ কেন্দ্ৰত অনুষ্ঠিত  কৰা হয় ঃ* 
#অনুষ্ঠানত  উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা " উচ্চতৰ মাধ্যমিক আৰু উচ্চ শিক্ষাত উত্তীৰ্ণ হোৱা সোনোৱাল কছাৰী জনগোষ্ঠীৰ ছাত্ৰ ছাএী সকলক  সম্বৰ্ধনা মান প্ৰত্ৰ সহ জলপানি প্ৰদান কৰা হয়।
# ছাত্ৰ ছাত্ৰী সকলৰ শৈক্ষিক জীৱন আৰু সোনোৱাল কছাৰী সকলৰ উত্তৰণৰ চিন্তা চৰ্চাৰে  APSC ' NEET ' JEE '  ADRC  আদি পৰীক্ষাসমূহত সুখ্যাতিৰে উত্তীৰ্ণ হব পৰাকৈ ক'চিং চেণ্টাৰৰ ব্যৱস্থা আছে বুলি  সোনোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ ৰ্কয্যবাহী সদস্য খনীন্দ্ৰ সোনোৱালে জানিবলৈ দিয়ে ।
#এই  সম্বৰ্ধনা অনুষ্ঠানত  বিহপুৰীয়া সমষ্টিৰ বিধায়ক ভূপেন কুমাৰ বৰাৰ উপৰিও পৰিষদৰ বিভিন্ন বিভাগৰ দায়িত্বত থকা  ৰ্কায্যবাহী সদস্য সকল " উন্নয়ন সমিতিৰ বিষয় ববীয়া সকল সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ  সাধাৰণ সম্পাদক পৰিক্ষীত সোনোৱালৰ লগতে বহু কেইগৰাকী বিষয় ববীয়া উপস্থিত থাকে  ।
নৱজ্যোতি শৰ্মা 
বিহপুৰীয়াৰ
    user_নৱজ্যোতি শৰ্মা
    নৱজ্যোতি শৰ্মা
    Local News Reporter বিহপুৰীয়া, লখিমপুৰ, অসম•
    10 hrs ago
  • বন্যাৰ্তৰ কাষত ঘুৰি আছে।কিছু কিছু অঞ্চলত পানী কমিছে যদিও শিৱসাগৰ সমষ্টিৰ বহু অঞ্চলৰ অৱস্থা অপৰিৱৰ্তিত হৈয়ে আছে।
    1
    বন্যাৰ্তৰ কাষত ঘুৰি  আছে।কিছু কিছু অঞ্চলত পানী কমিছে যদিও শিৱসাগৰ সমষ্টিৰ বহু অঞ্চলৰ অৱস্থা অপৰিৱৰ্তিত হৈয়ে আছে।
    user_Assam Update
    Assam Update
    Local News Reporter উজনি মাজুলী চক্ৰ, মাজুলী, অসম•
    6 hrs ago
  • বিশ্বনাথত অমৃত বৃক্ষ আন্দোলনৰ শুভাৰম্ভ ## বিশ্বনাথ জিলাত ৮ লাখ গছপুলি ৰোপনৰ লক্ষ্য বিশ্বনাথৰ ননকে জাপৰিগুৰিত আজি ত "অমৃত বৃক্ষ আন্দোলন ২০২৬"ৰ শুভাৰম্ভ কৰা হয়। এই কাৰ্যসূচীৰ উপ-বিষয়বস্তু আছিল "এক পেড় মা কে নাম" - অৰ্থাৎ "মাতৃৰ নামত এজোপা গছ"। উল্লেখযোগ্য যে অসম চৰকাৰে বৃহৎ পৰিসৰত গছ ৰোপণৰ জৰিয়তে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ কম কৰা আৰু জৈব্য বৈচিত্ৰ ৰক্ষাৰ বাবে "অমৃত বৃক্ষ্য আন্দোলন" আৰম্ভ কৰিছে। আজি পূৱ শোণিতপুৰ বন সংমণ্ডলৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচীত বিশ্বনাথ জিলাৰ আয়ুক্ত কৰৱী শইকীয়া কৰণ, বিজেপিৰ জিলা সভাপতি অসীম কুমাৰ দাস, বন প্ৰাধিকাৰী বিষয়া চম্পক ডেকা আদি উপস্হিত থাকি এটাকৈ মূল্যবান গছ পুলি ৰোপন কৰে। জিলা আয়ুক্ত গৰাকীয়ে অমৃত বৃক্ষ আন্দোলনৰ লগত সংগতি ৰাখি জিলাখনত ৮ লাখ গছপুলি ৰোপনৰ লক্ষ্য লৈছে বুলি জানিবলৈ দিছে
    4
    বিশ্বনাথত অমৃত বৃক্ষ আন্দোলনৰ শুভাৰম্ভ
## বিশ্বনাথ জিলাত ৮ লাখ গছপুলি ৰোপনৰ লক্ষ্য

বিশ্বনাথৰ ননকে জাপৰিগুৰিত আজি ত "অমৃত বৃক্ষ আন্দোলন ২০২৬"ৰ শুভাৰম্ভ কৰা হয়।  এই কাৰ্যসূচীৰ উপ-বিষয়বস্তু আছিল "এক পেড় মা কে নাম" - অৰ্থাৎ "মাতৃৰ নামত এজোপা গছ"। 
উল্লেখযোগ্য যে অসম চৰকাৰে বৃহৎ পৰিসৰত গছ ৰোপণৰ জৰিয়তে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ কম কৰা আৰু জৈব্য বৈচিত্ৰ ৰক্ষাৰ বাবে "অমৃত বৃক্ষ্য আন্দোলন" আৰম্ভ কৰিছে। আজি পূৱ শোণিতপুৰ বন সংমণ্ডলৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচীত বিশ্বনাথ জিলাৰ আয়ুক্ত কৰৱী শইকীয়া কৰণ, বিজেপিৰ জিলা সভাপতি অসীম কুমাৰ দাস, বন প্ৰাধিকাৰী বিষয়া চম্পক ডেকা আদি উপস্হিত থাকি এটাকৈ মূল্যবান গছ পুলি ৰোপন কৰে। জিলা আয়ুক্ত গৰাকীয়ে অমৃত বৃক্ষ আন্দোলনৰ লগত সংগতি ৰাখি জিলাখনত ৮ লাখ গছপুলি ৰোপনৰ লক্ষ্য লৈছে বুলি জানিবলৈ দিছে
    user_অঞ্জন শ‌ইকীয়া
    অঞ্জন শ‌ইকীয়া
    না-দুৱাৰ, বিশ্বনাথ, অসম•
    4 hrs ago
  • শলগুৰি পঞ্চায়তৰ গায়ন গাঁওত বন্যাৰ্তৰ কাষত akhil gogoi
    1
    শলগুৰি পঞ্চায়তৰ গায়ন গাঁওত বন্যাৰ্তৰ

কাষত akhil gogoi
    user_Assam Update
    Assam Update
    Local News Reporter উজনি মাজুলী চক্ৰ, মাজুলী, অসম•
    6 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.