logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

ये इंग्लैंड की तस्वीर है ! सीज़फायर के 100 हो गए फिर भी इसराइल गाज़ा पर बमबारी कर रहा है, फिलिस्तीनियों का क़त्ल कर रहा है! Ceasefire के बावजूद भी आतंकी इसराइल 136 बच्चों का कत्ल कर दिया, कई पत्रकारों की जान ले ली! क्या इसराइल के लिए कानून नहीं??

on 23 January
user_MAKKI TV
MAKKI TV
Mediation service Chaglagam Circle, Anjaw•
on 23 January

ये इंग्लैंड की तस्वीर है ! सीज़फायर के 100 हो गए फिर भी इसराइल गाज़ा पर बमबारी कर रहा है, फिलिस्तीनियों का क़त्ल कर रहा है! Ceasefire के बावजूद भी आतंकी इसराइल 136 बच्चों का कत्ल कर दिया, कई पत्रकारों की जान ले ली! क्या इसराइल के लिए कानून नहीं??

More news from অসম and nearby areas
  • আহোম জনগোষ্ঠীৰ সমস্যা, সম্ভাৱনা আৰু চৰাইদেউ জিলাৰ উন্নয়ন বিষয়ক এক বিশেষ আলোচনা। "চৰাইদেউ সংলাপ" সদৌ তাই আহোম ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতিৰ অন্তৰ্গত সমূহ আঞ্চলিক সমিতি ৰ বিষয়ববীয়া লগত প্ৰত্যক্ষ মত- বিনিময় অনুষ্ঠানত ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা , মাহমৰা সমষ্টিৰ যুৱ নেতা সুৰুজ দিহিঙীয়া ৰ লগতে আটাছু কেন্দ্ৰীয় সহঃ সম্পাদক নিৰোত্তম ফুকন, সাংগঠনিক সম্পাদক উত্তম বৰুৱা, সাংস্কৃতিক সম্পাদক অনুপম বৰুৱা উপস্থিত থাকে। উক্ত অনুষ্ঠানত সদৌ তাই আহোম ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতিৰ তৰফৰ পৰা ১৩ দফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰ সন্মানীয় মন্ত্ৰীৰ হাতত প্ৰদান কৰা হয়।অতি শীঘ্ৰে ই তেখেতে এই বিষয়ত ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে।
    1
    আহোম জনগোষ্ঠীৰ সমস্যা, সম্ভাৱনা আৰু চৰাইদেউ জিলাৰ উন্নয়ন বিষয়ক এক বিশেষ আলোচনা।
"চৰাইদেউ সংলাপ"
সদৌ তাই আহোম ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতিৰ অন্তৰ্গত সমূহ আঞ্চলিক সমিতি ৰ বিষয়ববীয়া লগত প্ৰত্যক্ষ  মত- বিনিময় অনুষ্ঠানত ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা , মাহমৰা সমষ্টিৰ যুৱ নেতা সুৰুজ দিহিঙীয়া ৰ লগতে আটাছু কেন্দ্ৰীয় সহঃ সম্পাদক নিৰোত্তম ফুকন, সাংগঠনিক সম্পাদক উত্তম বৰুৱা, সাংস্কৃতিক সম্পাদক অনুপম বৰুৱা উপস্থিত থাকে। উক্ত অনুষ্ঠানত সদৌ তাই আহোম ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতিৰ তৰফৰ পৰা ১৩ দফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰ সন্মানীয় মন্ত্ৰীৰ হাতত প্ৰদান কৰা হয়।অতি শীঘ্ৰে ই তেখেতে এই বিষয়ত ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    48 min ago
  • ৰাজ্য চৰকাৰৰ কেবিনেটে অনুসূচীত জাতিৰ উন্নয়ন পৰিষদ গঠনৰ সন্দৰ্ভত গ্ৰহণ কৰা শেহতীয়া সিদ্ধান্তক আদৰণি জনাই আজি শিৱসাগৰত এক উলাহ-মালহপূৰ্ণ পৰিৱেশ বিৰাজ কৰে। ঐতিহাসিক শিৱসাগৰ চহৰৰ দল চাৰিআলিত অনুসূচীত জাতিৰ বিভিন্ন সংগঠন আৰু স্থানীয় ৰাইজ একত্ৰিত হৈ চৰকাৰৰ এই পদক্ষেপক উষ্ম আদৰণি জনায়। ​
    3
    ৰাজ্য চৰকাৰৰ কেবিনেটে অনুসূচীত জাতিৰ উন্নয়ন পৰিষদ গঠনৰ সন্দৰ্ভত গ্ৰহণ কৰা শেহতীয়া সিদ্ধান্তক আদৰণি জনাই আজি শিৱসাগৰত এক উলাহ-মালহপূৰ্ণ পৰিৱেশ বিৰাজ কৰে। ঐতিহাসিক শিৱসাগৰ চহৰৰ দল চাৰিআলিত অনুসূচীত জাতিৰ বিভিন্ন সংগঠন আৰু স্থানীয় ৰাইজ একত্ৰিত হৈ চৰকাৰৰ এই পদক্ষেপক উষ্ম আদৰণি জনায়।
​
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    19 hrs ago
  • নুমলীগড়ৰ মৰঙিত বিধায়ক মৃনাল শইকীয়াই খোজকাঢ়ি আহি উদ্ধোধন কৰিলে পথ। অসম মালাৰ অধীনৰ প্ৰায় ৫০ কোটি টকা ব্যায় সাপেক্ষে মুৰফুলনী পৰা বগীজান সংযোগী পথৰ আধাৰশিলা কৰিলে বিধায়ক গৰাকীয়ে। দীৰ্ঘদিন ধৰি মৰঙিৰ 50 ৰ অধিক গাঁৱৰ ৰাইজৰ যন্ত্ৰনাৰ একমাত্ৰ কাৰণ হৈ পৰিছিল থুৰামুখ-বগীজান সংযোগী পথ।এই পথেৰে যাতায়ত কৰাতো একপ্ৰকাৰ অসমৰ্থ হৈ পৰিছিল। বিগত সময়ত বহু জন প্ৰতিনিধি আহিল ।কিন্তু এই পথটোৰ উন্নয়ণ নহল।যাৰ বাবে দুৰ্ভোগ ভূগিব লগা হৈছিল ৰাইজে।এইবাৰ বিধায়ক মৃনাল শইকীয়াৰ নেতৃত্বত অসম মালা আচনিৰ অধীনত মুঠ 16 কিলোমিটাৰ পথ 53 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কাৰ্য্য আৰম্ভ হৈছে।প্ৰথম পৰ্যায়ত 7 কিলোমিটাৰ নিৰ্মাণ কাৰ্য্যৰ আজি আধাৰশিলা স্থাপন কৰে বিধায়ক মৃনাল শইকীয়াই।
    4
    নুমলীগড়ৰ  মৰঙিত   বিধায়ক মৃনাল শইকীয়াই খোজকাঢ়ি  আহি  উদ্ধোধন  কৰিলে  পথ।  অসম মালাৰ অধীনৰ  প্ৰায় ৫০ কোটি টকা ব্যায়  সাপেক্ষে মুৰফুলনী পৰা বগীজান সংযোগী পথৰ আধাৰশিলা কৰিলে বিধায়ক গৰাকীয়ে। দীৰ্ঘদিন ধৰি মৰঙিৰ 50 ৰ অধিক গাঁৱৰ ৰাইজৰ যন্ত্ৰনাৰ একমাত্ৰ কাৰণ হৈ পৰিছিল থুৰামুখ-বগীজান সংযোগী পথ।এই  পথেৰে যাতায়ত কৰাতো একপ্ৰকাৰ অসমৰ্থ হৈ পৰিছিল। বিগত সময়ত বহু জন প্ৰতিনিধি আহিল ।কিন্তু এই পথটোৰ উন্নয়ণ নহল।যাৰ বাবে দুৰ্ভোগ ভূগিব লগা হৈছিল  ৰাইজে।এইবাৰ বিধায়ক মৃনাল শইকীয়াৰ নেতৃত্বত অসম মালা আচনিৰ অধীনত মুঠ 16 কিলোমিটাৰ পথ  53 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কাৰ্য্য আৰম্ভ হৈছে।প্ৰথম পৰ্যায়ত 7 কিলোমিটাৰ নিৰ্মাণ কাৰ্য্যৰ আজি আধাৰশিলা স্থাপন কৰে বিধায়ক মৃনাল শইকীয়াই।
    user_D B
    D B
    সাংবাদিক মৰঙী, গোলাঘাট, অসম•
    22 hrs ago
  • মৃত লোকজন কলনি জলাহৰ ইউনুচ আলী বুলি চিনাক্ত হৈছে। মংগলবাৰৰ দুপৰীয়াৰ পৰা নিৰুদ্দেশ হৈ আছিল লোকজন। স্থানীয় লোকৰ ভাষ্য অনুসৰি মৃত লোকজন মানসিক ভাৱে বিকাৰগ্ৰস্ত আছিল। দ পুখুৰীত গা ধুবলৈ আহি সন্ধানহীন হৈ আছিল লোকজন। SDRF বাহিনীয়ে অভিযান চলাই উদ্ধাৰ কৰে লোক জনৰ মৃতদেহ।
    1
    মৃত লোকজন কলনি জলাহৰ ইউনুচ আলী বুলি চিনাক্ত হৈছে। 
মংগলবাৰৰ দুপৰীয়াৰ পৰা নিৰুদ্দেশ হৈ আছিল লোকজন।
স্থানীয় লোকৰ ভাষ্য অনুসৰি মৃত লোকজন মানসিক ভাৱে বিকাৰগ্ৰস্ত আছিল। 
দ পুখুৰীত গা ধুবলৈ আহি সন্ধানহীন হৈ আছিল লোকজন। 
SDRF বাহিনীয়ে অভিযান চলাই উদ্ধাৰ কৰে লোক জনৰ মৃতদেহ।
    user_AM News 24
    AM News 24
    Newsagent ৰূপাহী, নগাঁও, অসম•
    19 hrs ago
  • ৫৫ নং ধিং বিধানসভা সমষ্টিৰ মনোনীত প্ৰাৰ্থী মতিউৰ ৰহমান।এ আই ইউ ডি এফৰ দলৰ টিকট লাভ কৰিছে।
    1
    ৫৫ নং ধিং বিধানসভা সমষ্টিৰ  মনোনীত প্ৰাৰ্থী মতিউৰ ৰহমান।এ আই ইউ ডি এফৰ দলৰ টিকট  লাভ কৰিছে।
    user_Time Talks 24
    Time Talks 24
    Video Creator ৰূপাহী, নগাঁও, অসম•
    20 hrs ago
  • শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ পিৰাকটা কছাৰী গাঁৱত আজি অসম প্ৰদেশ কংগ্ৰেছ দলৰ বুথ সন্মিলন সভা অনুষ্ঠিত হয় ৷ পিৰাকটা মণ্ডল কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত হোৱা বুথ সন্মিলন সভাত আজি উপস্থিত থাকে কংগ্ৰেছ দলৰ ৬৬ নং বৰছলা বিধানসভা সমষ্টিৰ প্ৰক্ষেপিত প্ৰাৰ্থী ৰিপুণ বৰা ৷ উক্ত বুথ সন্মিলনত উপস্থিত থাকি আজি ৰিপুণ বৰাই গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়াই ৷
    1
    শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ পিৰাকটা কছাৰী গাঁৱত আজি অসম প্ৰদেশ কংগ্ৰেছ দলৰ বুথ সন্মিলন সভা অনুষ্ঠিত হয় ৷ পিৰাকটা মণ্ডল কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত হোৱা বুথ সন্মিলন সভাত আজি উপস্থিত থাকে কংগ্ৰেছ দলৰ ৬৬ নং বৰছলা বিধানসভা সমষ্টিৰ প্ৰক্ষেপিত প্ৰাৰ্থী ৰিপুণ বৰা ৷ উক্ত বুথ সন্মিলনত উপস্থিত থাকি আজি ৰিপুণ বৰাই গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়াই ৷
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    1 hr ago
  • ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্র সমাজক আলোচনালৈ মাতি আন্দোলনৰ বিৰুদ্ধে এনেদৰে তীৰ্যক মন্তব্য কৰে শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে।
    1
    ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্র সমাজক আলোচনালৈ মাতি আন্দোলনৰ বিৰুদ্ধে এনেদৰে তীৰ্যক মন্তব্য কৰে শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে।
    user_Dibrugarh Local News
    Dibrugarh Local News
    Local News Reporter ডিব্ৰুগড় পশ্চিম, ডিব্ৰুগড়, অসম•
    12 hrs ago
  • সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত ১৬২৫ গৰাকী মহিলাক প্ৰদান কৰিলে উদ্যমিতা আঁচনিৰ চেক। সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, জিলা আয়ুক্ত ডাঃ নেহা যাদৱৰ উপস্থিতিত বিতৰণ কৰিলে চেক।
    1
    সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত ১৬২৫ গৰাকী মহিলাক প্ৰদান কৰিলে উদ্যমিতা আঁচনিৰ চেক। 
সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, জিলা আয়ুক্ত ডাঃ নেহা যাদৱৰ উপস্থিতিত বিতৰণ কৰিলে চেক।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    3 hrs ago
  • জুৰীয়াৰ কদমণিত চাঞ্চল্যকৰ ঘটনা কদমণি পথাৰৰ এটি পুখুৰীত সলিল সমাধি এজনৰ
    1
    জুৰীয়াৰ কদমণিত চাঞ্চল্যকৰ ঘটনা 
কদমণি পথাৰৰ এটি পুখুৰীত সলিল সমাধি এজনৰ
    user_Time Talks 24
    Time Talks 24
    Video Creator ৰূপাহী, নগাঁও, অসম•
    22 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.