বিহপুৰীয়াৰ এক অগ্ৰণী উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান কুমুদ শৰ্মা উচ্চ মাধ্যমিক বিদ্যালয়ত আজি মূল তোৰণ আৰু নৱনিৰ্মিত বিজ্ঞানাগাৰ শুভ উদ্বোধন কৰা হয়। এই অনুষ্ঠানত বিধায়ক ভূপেন বৰাই অংশগ্ৰহণ কৰি দুয়োটা আন্তঃগাঁথনি আনুষ্ঠানিকভাৱে মুকলি কৰে। ১৯৮৫ চনতে প্ৰতিষ্ঠা লাভ কৰা বিদ্যালয়খনৰ এগৰাকী প্ৰাক্তন ছাত্ৰ প্ৰমেন কুমাৰ ভূঞাই তেখেতৰ প্ৰয়াত পিতৃ ভূৱন চন্দ্ৰ ভূঞা আৰু মাতৃ হিৰাপ্ৰভা ভূঞাৰ সোঁৱৰণত নিজৰ ব্যক্তিগত ধন ভাঙি বিদ্যালয়খনৰ মুখ্য তোৰণ নিৰ্মাণ কৰিছিল। বিধায়ক বৰাই এই তোৰণখনৰ শুভ উন্মোচন কৰে। তোৰণখন উন্মোচন কৰাৰ পিছতে বিধায়ক ভূপেন বৰাই বিদ্যালয়খনৰ নৱনিৰ্মিত বিজ্ঞানাগাৰটোৰ ফিটা কাটি শুভ উদ্বোধন কৰে। ইয়াৰ পিছত বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুস্থিত ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি তেওঁ তোৰণ নিৰ্মাণ কৰি দিয়া ভূঞা পৰিয়ালৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। বিধায়কে লগতে ছাত্ৰ-ছাত্ৰীসকলক এই বিদ্যালয়ত এটা সপোন লৈ সুন্দৰকৈ অধ্যয়ন কৰিবলৈ পৰামৰ্শ দিয়ে।
বিহপুৰীয়াৰ এক অগ্ৰণী উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান কুমুদ শৰ্মা উচ্চ মাধ্যমিক বিদ্যালয়ত আজি মূল তোৰণ আৰু নৱনিৰ্মিত বিজ্ঞানাগাৰ শুভ উদ্বোধন কৰা হয়। এই অনুষ্ঠানত বিধায়ক ভূপেন বৰাই অংশগ্ৰহণ কৰি দুয়োটা আন্তঃগাঁথনি
আনুষ্ঠানিকভাৱে মুকলি কৰে। ১৯৮৫ চনতে প্ৰতিষ্ঠা লাভ কৰা বিদ্যালয়খনৰ এগৰাকী প্ৰাক্তন ছাত্ৰ প্ৰমেন কুমাৰ ভূঞাই তেখেতৰ প্ৰয়াত পিতৃ ভূৱন চন্দ্ৰ ভূঞা আৰু মাতৃ হিৰাপ্ৰভা ভূঞাৰ সোঁৱৰণত নিজৰ ব্যক্তিগত ধন ভাঙি বিদ্যালয়খনৰ
মুখ্য তোৰণ নিৰ্মাণ কৰিছিল। বিধায়ক বৰাই এই তোৰণখনৰ শুভ উন্মোচন কৰে। তোৰণখন উন্মোচন কৰাৰ পিছতে বিধায়ক ভূপেন বৰাই বিদ্যালয়খনৰ নৱনিৰ্মিত বিজ্ঞানাগাৰটোৰ ফিটা কাটি শুভ উদ্বোধন কৰে। ইয়াৰ পিছত বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুস্থিত
ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি তেওঁ তোৰণ নিৰ্মাণ কৰি দিয়া ভূঞা পৰিয়ালৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। বিধায়কে লগতে ছাত্ৰ-ছাত্ৰীসকলক এই বিদ্যালয়ত এটা সপোন লৈ সুন্দৰকৈ অধ্যয়ন কৰিবলৈ পৰামৰ্শ দিয়ে।
- বিহপুৰীয়াৰ এক অগ্ৰণী উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান কুমুদ শৰ্মা উচ্চ মাধ্যমিক বিদ্যালয়ত আজি মূল তোৰণ আৰু নৱনিৰ্মিত বিজ্ঞানাগাৰ শুভ উদ্বোধন কৰা হয়। এই অনুষ্ঠানত বিধায়ক ভূপেন বৰাই অংশগ্ৰহণ কৰি দুয়োটা আন্তঃগাঁথনি আনুষ্ঠানিকভাৱে মুকলি কৰে। ১৯৮৫ চনতে প্ৰতিষ্ঠা লাভ কৰা বিদ্যালয়খনৰ এগৰাকী প্ৰাক্তন ছাত্ৰ প্ৰমেন কুমাৰ ভূঞাই তেখেতৰ প্ৰয়াত পিতৃ ভূৱন চন্দ্ৰ ভূঞা আৰু মাতৃ হিৰাপ্ৰভা ভূঞাৰ সোঁৱৰণত নিজৰ ব্যক্তিগত ধন ভাঙি বিদ্যালয়খনৰ মুখ্য তোৰণ নিৰ্মাণ কৰিছিল। বিধায়ক বৰাই এই তোৰণখনৰ শুভ উন্মোচন কৰে। তোৰণখন উন্মোচন কৰাৰ পিছতে বিধায়ক ভূপেন বৰাই বিদ্যালয়খনৰ নৱনিৰ্মিত বিজ্ঞানাগাৰটোৰ ফিটা কাটি শুভ উদ্বোধন কৰে। ইয়াৰ পিছত বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুস্থিত ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি তেওঁ তোৰণ নিৰ্মাণ কৰি দিয়া ভূঞা পৰিয়ালৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। বিধায়কে লগতে ছাত্ৰ-ছাত্ৰীসকলক এই বিদ্যালয়ত এটা সপোন লৈ সুন্দৰকৈ অধ্যয়ন কৰিবলৈ পৰামৰ্শ দিয়ে।4
- লালুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক তথা সমাজহিতৈষী শ্ৰদ্ধাৰ টুনিৰাম শৰ্মা ছাৰৰ বিয়োগত সমগ্ৰ লালুকবাসী গভীৰভাৱে মৰ্মাহত হৈছে। তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰা হৈছে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰা হৈছে।1
- ৯০ দশকৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জিতুল সোণোৱালৰ এটা গীত সামাজিক মাধ্যমত ভাইৰেল হৈছে।1
- নেপালৰ ৰৌতাঘাটত প্ৰায় ১৫ ফুট দীঘল এটা প্ৰকাণ্ড প্ৰাপ্তবয়স্ক ৰজা ফেঁটী উদ্ধাৰ কৰা হৈছে।1
- বিশ্বনাথ চাৰিআলি, চতিয়া আৰু জামুগুৰিহাটৰ একমাত্ৰ ৰক্ষাকৱচস্বৰূপ বিশ্বনাথ পানপুৰ মথাউৰিত ব্ৰহ্মপুত্ৰৰ তীব্ৰ গৰাখহনীয়াই ভয়ংকৰ ভাবুকি কঢ়িয়াই আনিছে, যি পৰিস্থিতিয়ে নৈপৰীয়া ৰাইজৰ নিদ্ৰাহৰণ কৰিছে। এই সংকটময় পৰিস্থিতিৰ বুজ ল’বলৈ ন-দুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই বিশ্বনাথ পাণপুৰ মথাউৰিৰ তেৱাৰিপাল তিনিআলিৰ গৰাখহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে। উল্লেখ্য যে, ১৯৯১ চনৰে পৰা চতিয়াৰ দক্ষিণ অঞ্চলত বিশ্বনাথ পানপুৰ মথাউৰি গৰাখহনীয়াৰ কবলত পৰি আহিছে। বৰ্তমান সময়ত বিশেষকৈ কলাকাটি গাঁৱত গৰাখহনীয়াই এক ভয়াবহ ৰূপ লৈছে। ব্ৰহ্মপুত্ৰ নদীয়ে বিশ্বনাথ পানপুৰ মথাউৰি স্পৰ্শ কৰিবলৈ মাত্ৰ ২০ মিটাৰ দূৰত্ব বাকী আছে। পৰিদৰ্শনকালত বিধায়ক পদ্ম হাজৰিকাই কয় যে বৰ্তমান অসম চৰকাৰে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ৬০ কোটি টকা আৱণ্টন দিছে আৰু এই প্ৰতিৰোধৰ কাম তীব্ৰ গতিত চলি আছে। তেওঁ দৃঢ়তাৰে কয় যে যি কোনো প্ৰকাৰে বিশ্বনাথ পানপুৰ মথাউৰি ৰক্ষা কৰিবই লাগিব। ২০১২ চনৰ বানপানীত এই অঞ্চলত যি বৃহৎ ক্ষতি হৈছিল, তাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে বিভাগীয় বিষয়া-কৰ্মচাৰীসকলে ব্যৱস্থা হাতত লৈছে বুলিও তেওঁ মন্তব্য কৰে।4
- শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ সীমাৰ, লগতে দুয়োখন জিলাৰ জনসাধাৰণৰ বাবে অতি প্ৰয়োজনীয় ব্যস্ততাপূৰ্ণ চেপন চূণপোৰা পথত ঠিকাদাৰৰ দায়িত্বহীনতা আৰু গাফিলতিৰ ফলত দৈনিক দুৰ্ঘটনা সংঘটিত হৈ আহিছে। পথটোৰ চাইভ বাম নিৰ্মাণৰ দায়িত্ব পোৱা ঠিকাদাৰ প্ৰতিষ্ঠানৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন হৈছে যে তেওঁলোকে পথ নিৰ্মাণৰ সমান্তৰালভাৱে পথৰ কাষৰ চাইড বামবোৰ দকৈ খান্দি দীৰ্ঘদিন ধৰি পেলাই থৈছে। ইয়াৰ ফলত বৰষুণৰ পানী জমা হৈ চাইড বামত সোমাই দৈনিক দুৰ্ঘটনা সংঘটিত হৈছে। ঠিকাদাৰৰ এই গাফিলতিৰ বাবে স্থানীয় ৰাইজৰ লগতে আটাছু সৰৱ হৈ পৰিছে। তেওঁলোকে প্ৰশাসনক উপযুক্ত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে আৰু আটাছুৱে অতি শীঘ্ৰেই চেপন চূণপোৰা পথৰ কাম সম্পূৰ্ণ কৰাৰ দাবী উত্থাপন কৰিছে।1
- সাৰুপথাৰৰ শেহতীয়া এক খবৰ অনুসৰি, এগৰাকী লোকে এক ভয়ংকৰ অভিজ্ঞতা বৰ্ণনা কৰিছে। লোকজনে জনোৱা মতে, আন এজনক কাটি থকাৰ সময়তে তেওঁ সেই স্থানলৈ বচাবলৈ গৈছিল। কিন্তু বচাবলৈ যোৱাৰ ফলস্বৰূপে, তেওঁক দা লৈ খেদা হয়।1
- সৰুপথাৰ সমজিলাৰ সৰু ছেৱাগুৰীত এক লোমহর্ষক হত্যাকাণ্ড সংঘটিত হৈছে। সৰু ছেৱাগুৰীৰ নিৱাসী প্ৰবীন মালাৰৰ পত্নী উৰ্মিলা মালাৰ (৪৫) ক তেওঁৰ সম্বন্ধীয় বৰজনাক ৰবেট তাঁতীয়ে চোকা অস্ত্ৰেৰে হানি-খুচি হত্যা কৰে।1