logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

আটছাঁৰ মাকুম শাখা সমিতিৰ উদ্যোগত মাকুম মহাবিদ্যালয়ত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা জনোৱা এক অনুষ্ঠান আয়োজন কৰা হয়। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা কেৰিয়াৰ কাউন্সেলিং কাৰ্যসূচীত মাকুম সম জিলাৰ আৰক্ষী অধীক্ষক অৰূপজ্যোতি টেৰনে ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি এক সাৰুৱা আৰু গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়।

8 hrs ago
user_জেৰিণা আৰ হাজৰিকা
জেৰিণা আৰ হাজৰিকা
Doom Dooma, Tinsukia•
8 hrs ago

আটছাঁৰ মাকুম শাখা সমিতিৰ উদ্যোগত মাকুম মহাবিদ্যালয়ত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা জনোৱা এক অনুষ্ঠান আয়োজন কৰা হয়। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা কেৰিয়াৰ কাউন্সেলিং কাৰ্যসূচীত মাকুম সম জিলাৰ আৰক্ষী অধীক্ষক অৰূপজ্যোতি টেৰনে ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি এক সাৰুৱা আৰু গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়।

More news from Tinsukia and nearby areas
  • আটছাঁৰ মাকুম শাখা সমিতিৰ উদ্যোগত মাকুম মহাবিদ্যালয়ত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা জনোৱা এক অনুষ্ঠান আয়োজন কৰা হয়। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা কেৰিয়াৰ কাউন্সেলিং কাৰ্যসূচীত মাকুম সম জিলাৰ আৰক্ষী অধীক্ষক অৰূপজ্যোতি টেৰনে ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি এক সাৰুৱা আৰু গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়।
    1
    আটছাঁৰ মাকুম শাখা সমিতিৰ উদ্যোগত মাকুম মহাবিদ্যালয়ত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা জনোৱা এক অনুষ্ঠান আয়োজন কৰা হয়। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা কেৰিয়াৰ কাউন্সেলিং কাৰ্যসূচীত মাকুম সম জিলাৰ আৰক্ষী অধীক্ষক অৰূপজ্যোতি টেৰনে ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি এক সাৰুৱা আৰু গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়।
    user_জেৰিণা আৰ হাজৰিকা
    জেৰিণা আৰ হাজৰিকা
    Doom Dooma, Tinsukia•
    8 hrs ago
  • সদৌ মৰাণ ছাত্ৰ সন্থাৰ শৈক্ষিক ন্যাসৰ সহযোগত আজি তিনিচুকীয়া জিলা উন্নয়ন প্ৰাধিকৰণ সাংস্কৃতিক কেন্দ্ৰত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত “শৈক্ষিক বঁটা প্ৰদান আৰু অভিনন্দন অনুষ্ঠান” অনুষ্ঠিত হয়। এই অনুষ্ঠানত বিভিন্ন শিক্ষানুষ্ঠানৰ চলিত বৰ্ষত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৮০ শতাংশৰ অধিক নম্বৰ লাভ কৰা মৰাণ জনগোষ্ঠীৰ কৃতী ছাত্ৰ-ছাত্ৰীসকলক সন্মান জনোৱা হয়। সদৌ মৰাণ ছাত্ৰ সন্থাৰ তৰফৰ পৰা এই কৃতী ছাত্ৰ-ছাত্ৰীসকলক মানপত্ৰ প্ৰদান কৰি অভিনন্দন জনোৱাৰ লগতে কেইবাগৰাকীও সৰ্বাধিক নম্বৰ প্ৰাপ্ত ছাত্ৰ-ছাত্ৰীক শৈক্ষিক বঁটাৰে পুৰস্কৃত কৰা হয়। অনুষ্ঠানত উপস্থিত অতিথিসকলে শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলৰ এই সফলতাক ভূয়সী প্ৰশংসা কৰিছিল আৰু আগন্তুক দিনত অধিক সাফল্য লাভৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছিল। সদৌ মৰাণ ছাত্ৰ সন্থাই আশা প্ৰকাশ কৰিছে যে এই ধৰণৰ অনুষ্ঠানৰ জৰিয়তে সমাজত শিক্ষাৰ প্ৰতি আগ্ৰহ বৃদ্ধি পোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীসকল অধিক উৎসাহিত হ'ব।
    1
    সদৌ মৰাণ ছাত্ৰ সন্থাৰ শৈক্ষিক ন্যাসৰ সহযোগত আজি তিনিচুকীয়া জিলা উন্নয়ন প্ৰাধিকৰণ সাংস্কৃতিক কেন্দ্ৰত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত “শৈক্ষিক বঁটা প্ৰদান আৰু অভিনন্দন অনুষ্ঠান” অনুষ্ঠিত হয়। এই অনুষ্ঠানত বিভিন্ন শিক্ষানুষ্ঠানৰ চলিত বৰ্ষত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৮০ শতাংশৰ অধিক নম্বৰ লাভ কৰা মৰাণ জনগোষ্ঠীৰ কৃতী ছাত্ৰ-ছাত্ৰীসকলক সন্মান জনোৱা হয়।

সদৌ মৰাণ ছাত্ৰ সন্থাৰ তৰফৰ পৰা এই কৃতী ছাত্ৰ-ছাত্ৰীসকলক মানপত্ৰ প্ৰদান কৰি অভিনন্দন জনোৱাৰ লগতে কেইবাগৰাকীও সৰ্বাধিক নম্বৰ প্ৰাপ্ত ছাত্ৰ-ছাত্ৰীক শৈক্ষিক বঁটাৰে পুৰস্কৃত কৰা হয়।

অনুষ্ঠানত উপস্থিত অতিথিসকলে শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলৰ এই সফলতাক ভূয়সী প্ৰশংসা কৰিছিল আৰু আগন্তুক দিনত অধিক সাফল্য লাভৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছিল। সদৌ মৰাণ ছাত্ৰ সন্থাই আশা প্ৰকাশ কৰিছে যে এই ধৰণৰ অনুষ্ঠানৰ জৰিয়তে সমাজত শিক্ষাৰ প্ৰতি আগ্ৰহ বৃদ্ধি পোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীসকল অধিক উৎসাহিত হ'ব।
    user_Tinsukia TIME
    Tinsukia TIME
    তিনিচুকীয়া, তিনিচুকীয়া, অসম•
    10 hrs ago
  • ঈদৰ প্ৰাকমুহূৰ্তত অসম-অৰুণাচল সীমান্তৰ শদিয়াত আৰক্ষী আৰু আঠখন মছজিদ কমিটিৰ মাজত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। শান্তি-শৃংখলা বজাই ৰাখি কেনেদৰে ঈদ উদযাপন কৰিব পাৰি, সেই বিষয়ে এই আলোচনাত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে।
    1
    ঈদৰ প্ৰাকমুহূৰ্তত অসম-অৰুণাচল সীমান্তৰ শদিয়াত আৰক্ষী আৰু আঠখন মছজিদ কমিটিৰ মাজত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। শান্তি-শৃংখলা বজাই ৰাখি কেনেদৰে ঈদ উদযাপন কৰিব পাৰি, সেই বিষয়ে এই আলোচনাত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে।
    user_Sadiya Time
    Sadiya Time
    Local News Reporter Sadiya, Tinsukia•
    19 hrs ago
  • আজি লাকুৱাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত কৃতী ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনোৱা হয়। এই অনুষ্ঠানত অঞ্চলটোৰ বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা শিক্ষাৰ্থীসকলক উৎসাহিত কৰা হয়। এই অভিনন্দন অনুষ্ঠানতে দুগৰাকী বিশেষ ছাত্ৰ-ছাত্ৰীক শাখা সাহিত্য সভাৰ ‘সাহিত্যপ্ৰাণ খগেশ্বৰ চেতিয়া ফুকন শৈক্ষিক ন্যাস পুঁজি বঁটা-২০২৬’ প্ৰদান কৰা হয়। ইয়াৰ উপৰিও, ২০২৩ বৰ্ষৰ পৰা ক্ৰমাগতভাৱে এই বছৰ চতুৰ্থবাৰৰ বাবে লাকুৱাৰ ম’ডেল ইংলিছ স্কুলে ‘শ্ৰেষ্ঠ বঁটা’ লাভ কৰিবলৈ সক্ষম হৈছে।
    1
    আজি লাকুৱাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত কৃতী ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনোৱা হয়। এই অনুষ্ঠানত অঞ্চলটোৰ বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা শিক্ষাৰ্থীসকলক উৎসাহিত কৰা হয়।

এই অভিনন্দন অনুষ্ঠানতে দুগৰাকী বিশেষ ছাত্ৰ-ছাত্ৰীক শাখা সাহিত্য সভাৰ ‘সাহিত্যপ্ৰাণ খগেশ্বৰ চেতিয়া ফুকন শৈক্ষিক ন্যাস পুঁজি বঁটা-২০২৬’ প্ৰদান কৰা হয়। ইয়াৰ উপৰিও, ২০২৩ বৰ্ষৰ পৰা ক্ৰমাগতভাৱে এই বছৰ চতুৰ্থবাৰৰ বাবে লাকুৱাৰ ম’ডেল ইংলিছ স্কুলে ‘শ্ৰেষ্ঠ বঁটা’ লাভ কৰিবলৈ সক্ষম হৈছে।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    12 hrs ago
  • মূল্য বৃদ্ধি ৰোধ কৰাৰ দাবীৰে আটাছুৰ মৰাণ আঞ্চলিক সমিতিয়ে মৰাণত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
    1
    মূল্য বৃদ্ধি ৰোধ কৰাৰ দাবীৰে আটাছুৰ মৰাণ আঞ্চলিক সমিতিয়ে মৰাণত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
    user_Moran Dorpon
    Moran Dorpon
    মৰাণ, ডিব্ৰুগড়, অসম•
    14 hrs ago
  • পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াই চৰকাৰৰ ভূমিকাত গভীৰ হতাশা ব্যক্ত কৰিছে। এই হতাশাৰ বাবেই তেওঁ তাঁতশালত ধৰ্মগ্ৰন্থ বোৱাৰ নিজৰ কাম বন্ধ কৰাৰ সিদ্ধান্ত লৈছে।
    1
    পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াই চৰকাৰৰ ভূমিকাত গভীৰ হতাশা ব্যক্ত কৰিছে। এই হতাশাৰ বাবেই তেওঁ তাঁতশালত ধৰ্মগ্ৰন্থ বোৱাৰ নিজৰ কাম বন্ধ কৰাৰ সিদ্ধান্ত লৈছে।
    user_Direct Khabar
    Direct Khabar
    মৰাণ, ডিব্ৰুগড়, অসম•
    16 hrs ago
  • বৰপেটাৰোডৰ বালাভিঠাৰ বিশিষ্ট সমাজকৰ্মী তথা বালাভিঠা গাওঁ পঞ্চায়তৰ আঞ্চলিক সদস্য আব্দুল হালিমক আগন্তুক ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উল আজহা উপলক্ষে বালাভিঠা আব্দুল ৰৌফ ফ্ৰেণ্ড ক্লাৱৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হৈছে। কংগ্ৰেছ দলৰ এজন নেতা হিচাপেও পৰিচিত আব্দুল হালিমক বালাভিঠা গাৱঁৰ এজন বিশিষ্ট সমাজকৰ্মী হিচাপে এই সম্বৰ্ধনা জ্ঞাপন কৰা হয়। এই অনুষ্ঠানত বালাভিঠা আব্দুল ৰৌফ ফ্ৰেণ্ড ক্লাৱৰ সভাপতি জাহিদুল ইছলাম, মুখ্য উপদেষ্টা মতিয়াৰ ৰহমান আৰু সাধাৰণ সম্পাদক মনিৰুজ জামানে আব্দুল হালিমক ফুলাম গামোচা আৰু জাপিৰে সম্বৰ্ধনা জনায়। তেওঁলোকে আব্দুল হালিমক অসম চৰকাৰৰ নীতি নিৰ্দেশনা মানি পবিত্ৰ বকৰী ঈদ পালন কৰিবলৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলক আহ্বান জনাবলৈ অনুৰোধ জনায়। ইফালে, আব্দুল হালিমেও সমূহ ইছলাম ধৰ্মাৱলম্বী লোকসকলক পবিত্ৰ ঈদ উপলক্ষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।
    1
    বৰপেটাৰোডৰ বালাভিঠাৰ বিশিষ্ট সমাজকৰ্মী তথা বালাভিঠা গাওঁ পঞ্চায়তৰ আঞ্চলিক সদস্য আব্দুল হালিমক আগন্তুক ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উল আজহা উপলক্ষে বালাভিঠা আব্দুল ৰৌফ ফ্ৰেণ্ড ক্লাৱৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হৈছে। কংগ্ৰেছ দলৰ এজন নেতা হিচাপেও পৰিচিত আব্দুল হালিমক বালাভিঠা গাৱঁৰ এজন বিশিষ্ট সমাজকৰ্মী হিচাপে এই সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

এই অনুষ্ঠানত বালাভিঠা আব্দুল ৰৌফ ফ্ৰেণ্ড ক্লাৱৰ সভাপতি জাহিদুল ইছলাম, মুখ্য উপদেষ্টা মতিয়াৰ ৰহমান আৰু সাধাৰণ সম্পাদক মনিৰুজ জামানে আব্দুল হালিমক ফুলাম গামোচা আৰু জাপিৰে সম্বৰ্ধনা জনায়। তেওঁলোকে আব্দুল হালিমক অসম চৰকাৰৰ নীতি নিৰ্দেশনা মানি পবিত্ৰ বকৰী ঈদ পালন কৰিবলৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলক আহ্বান জনাবলৈ অনুৰোধ জনায়।

ইফালে, আব্দুল হালিমেও সমূহ ইছলাম ধৰ্মাৱলম্বী লোকসকলক পবিত্ৰ ঈদ উপলক্ষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।
    user_Huntu sen kachari
    Huntu sen kachari
    Actor Dhemaji, Assam•
    6 min ago
  • দেওবাৰে অসম মৰাণ সভাৰ ৰাইডাঙ শাখা সমিতিৰ উদ্যোগত ৰাইডাঙ গাঁও ৰাজহুৱা প্ৰেক্ষাগৃহত এক শৈক্ষিক সমৰ্দ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত ২০২৫-২৬ বৰ্ষত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ৬০ জনতকৈও অধিক ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। শৈক্ষিক সমৰ্দ্ধনা অনুষ্ঠানৰ লগত সংগতি ৰাখি গছ পুলি ৰোপণ কাৰ্যসূচীও অনুষ্ঠিত কৰা হৈছিল। সম্বৰ্ধনা অনুষ্ঠানটি কান্তেশ্বৰ মৰানে পৰিচালনা কৰে, যি সভাত নিৰ্দিষ্ট বক্তা হিচাপেও উপস্থিত আছিল। এই অনুষ্ঠানত মৰাণ শৈক্ষিক বিকাশ মঞ্চৰ উপ-সভাপতি যুগ্য ফুকন, অসম মৰাণ সভাৰ মাকুম আঞ্চলিক সমিতিৰ প্ৰাক্তন সভাপতি কুসুম্বৰ নেওগ, বৰ্তমানৰ সভাপতি সঞ্জীৱ চেতিয়া, সম্পাদক ৰাজু মৰাণ, উপ-সভাপতি প্ৰদীপ নেওগ আৰু বহু কেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
    1
    দেওবাৰে অসম মৰাণ সভাৰ ৰাইডাঙ শাখা সমিতিৰ উদ্যোগত ৰাইডাঙ গাঁও ৰাজহুৱা প্ৰেক্ষাগৃহত এক শৈক্ষিক সমৰ্দ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত ২০২৫-২৬ বৰ্ষত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ৬০ জনতকৈও অধিক ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। শৈক্ষিক সমৰ্দ্ধনা অনুষ্ঠানৰ লগত সংগতি ৰাখি গছ পুলি ৰোপণ কাৰ্যসূচীও অনুষ্ঠিত কৰা হৈছিল।

সম্বৰ্ধনা অনুষ্ঠানটি কান্তেশ্বৰ মৰানে পৰিচালনা কৰে, যি সভাত নিৰ্দিষ্ট বক্তা হিচাপেও উপস্থিত আছিল। এই অনুষ্ঠানত মৰাণ শৈক্ষিক বিকাশ মঞ্চৰ উপ-সভাপতি যুগ্য ফুকন, অসম মৰাণ সভাৰ মাকুম আঞ্চলিক সমিতিৰ প্ৰাক্তন সভাপতি কুসুম্বৰ নেওগ, বৰ্তমানৰ সভাপতি সঞ্জীৱ চেতিয়া, সম্পাদক ৰাজু মৰাণ, উপ-সভাপতি প্ৰদীপ নেওগ আৰু বহু কেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
    user_জেৰিণা আৰ হাজৰিকা
    জেৰিণা আৰ হাজৰিকা
    Doom Dooma, Tinsukia•
    10 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.